Final Report | EVM মেচিনত খেলি-মেলিৰ অভিযোগত Dibrugarhৰ টিংখঙত উত্তেজনা। ভোটাৰৰ তীব্ৰ প্ৰতিবাদ

2024 ж. 18 Сәу.
118 346 Рет қаралды

Final Report | EVM মেচিনত খেলি-মেলিৰ অভিযোগত Dibrugarhৰ টিংখঙত উত্তেজনা। লুৰীণজ্যোতি গগৈৰ নেতৃত্বত ক্ষুব্ধ ভোটাৰৰ তীব্ৰ প্ৰতিবাদ। নিৰ্বাচনী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ তুলি পুনৰ ভোটগ্ৰহণৰ দাবী ক্ষুব্ধ ভোটাৰৰ।
#lurinjyotigogoi #evm #dibrugarh #voting #voterspreotest #repolling
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk

Пікірлер
  • এইবোৰ কৰিহে বিজেপি জয় হব পাৰে

    @JituHaloi-ln3xm@JituHaloi-ln3xm14 күн бұрын
  • Lurinjoyti Gogoi jindabad

    @MintuMintuKutum-ke5bp@MintuMintuKutum-ke5bp14 күн бұрын
  • সকলো ৰাইজ এই বিজেপি বিৰুদ্ধে আছে লুৰিন জিকিবই লাগিবই জিন্দাবাদ

    @nirugogoi4576@nirugogoi457614 күн бұрын
    • 😢😢😅

      @JibakantaDoley-dx4xe@JibakantaDoley-dx4xe13 күн бұрын
    • 👎👎👎Eaidal Jikibo...

      @kaniskakalita8104@kaniskakalita81045 күн бұрын
  • Lurinjyoti zindabad

    @phanidharrabha8057@phanidharrabha805714 күн бұрын
  • লুৰিন জ্যোতি জিন্দাবাদ জিকিবই কাৰন অসমৰ ৰাইজক বিজেপি নেলাগে

    @nirugogoi4576@nirugogoi457614 күн бұрын
    • Kube koise risalt dib diya tapa kba

      @assamboy..kachari7304@assamboy..kachari730414 күн бұрын
    • Jikibo bjp ye ,pisot Pasi logai nomoriba

      @rameshpayang7871@rameshpayang787114 күн бұрын
    • amk ako bjp neta he lge... ami holu axomiya ami katiyo miya support kora party k vot nedo

      @DhritirajKashyap-vu3ic@DhritirajKashyap-vu3ic14 күн бұрын
    • ​@@DhritirajKashyap-vu3ic বিজেপিক সমৰ্থন কৰাবোৰ কেতিয়াও অসমীয়া হবই নোৱাৰে কাৰণে বিজেপিয়ে হিন্দুৰ ভোট আদায় কৰাৰ স্বাৰ্থত মিঞাৰ কথা কৈ মানুহক বুৰ্বক বনাই আকৌ শেষত গৈ মিঞাৰ ভোটহে লবলৈ যায় সেইকাৰণে বিজেপিত থকাবোৰ কেতিয়াও অসমীয়া হব নোৱাৰে বুলি আমি কৈছো ।

      @alokdutta5907@alokdutta590713 күн бұрын
    • ​@@rameshpayang7871তই বিজেপিৰ ১৫০০ টকীয়া চোৱা-চেলেকা অন্ধভক্ত নেকি ?

      @alokdutta5907@alokdutta590713 күн бұрын
  • হেমন্ত চৰকাৰে যিৱোৰ আঁচনি আনিছে । আৰু বেছি দিন নাই ।দিন কোন পিনে জাই । চকুৰ পানী মচুতে যাব ভাই

    @user-nb2gn9yf4i@user-nb2gn9yf4i14 күн бұрын
  • ৰি পুলিং হব লাগে ।তাৰ EVM চেক কৰাই লওক ।

    @umeshknwr9667@umeshknwr966714 күн бұрын
  • We support repolling

    @monalishasaiki7842@monalishasaiki784214 күн бұрын
  • বিজেপি কেইটাই ক'ব এতিয়া সকলো মিছা কথা কৈছে

    @njyotinjyoti7541@njyotinjyoti754114 күн бұрын
  • দাস বোলা নিৰ্বাচনী বিষয়া জনে স্বীকাৰ কৰাৰ পিছত আৰু কোনো নতুন কথা নাই। পুনৰ ভোট গ্ৰহণ কৰিব লাগে। BJP দলৰ বিৰুদ্ধে একত্ৰিত হোৱাৰ বিৰোধী ঐক্য মঞ্চৰ শক্তিৰ উমান পায় বিজেপি ৰ বহতিয়া সকলে অনিয়মিত লিপ্ত হৈছে । সচেতন ভোটাৰ সকলক ধন্যবাদ জনালোঁ। জয় আই অসম !

    @user-fb6ji8qi6m@user-fb6ji8qi6m14 күн бұрын
    • পুণৰ ভোট হ'ব লাগে অফিচাৰে নিজ মুখে চিকাৰ কৰিছে পুষ্প কুমাৰ দাস নামৰ প্ৰিজাইদিং অফিচা ৰ

      @ranjitduttaey3967@ranjitduttaey396713 күн бұрын
  • এই বিষয়া সকল চোৰৰ দ'লৰ পকেটত সোমাই পৰিছে। ইহঁতক ধৰি বান্ধি গৰু পিতন দিব লাগে।

    @user-kf5wt7ns5t@user-kf5wt7ns5t13 күн бұрын
    • Yes brother

      @user-kr9lf9if4f@user-kr9lf9if4f13 күн бұрын
  • Evm থাকিলে ভোট দি লাভ নাই ।

    @RejekAli-ip7wr@RejekAli-ip7wr14 күн бұрын
  • ইহঁতৰ গাফিলতি উদঙাই দিয়াৰ homoi

    @monjulaborah8567@monjulaborah856714 күн бұрын
  • হিমন্তৰ বাবেহে ৰাইজে বিজেপিক প্ৰত্যাখ্যান কৰিছে । মোডীৰাজ বিচাৰোঁ কিন্তু হিমন্তৰাজ কোনেও নিবিচাৰে

    @phanidharrabha8057@phanidharrabha805714 күн бұрын
  • কি পুলিং হব লাগে EVM ভালকৈ চেক কৰাই লোক

    @user-zk6is9sx9q@user-zk6is9sx9q13 күн бұрын
  • Sob drama...bjp a 2numbari kori ye jikibo

    @user-mo9wi4gc4m@user-mo9wi4gc4m14 күн бұрын
    • ভোট গ্ৰহণ কৰিবলৈ যোৱাসকল নিৰপেক্ষ চৰকাৰী কৰ্মচাৰী ৷ ইলেকচন ডিউটি কৰাসকলে জানে কিমান কষ্ট হয় ৷ ভোটগ্ৰহণৰ আগদিনা ৰাতিপুৱাৰ পৰা খোৱাবোৱাৰ ঠিক নাথাকে ৷ লাইনত ঠিয় হৈ মেটেৰিয়েল চম্ভালি লব লাগে ৷ ৰাতিও তেওঁলোকৰ ভালকৈোখোৱা শোৱা নহয় ৷ তেওঁলোকে দুইনম্বৰী কিয় কৰিৱ ? কৰবাত দুই এটা মেচিন বেয়া হব পাৰে বা অজানিতে কিবা ভুল মানুহৰো হব পাৰে ।

      @dhritirekhadas2757@dhritirekhadas275714 күн бұрын
    • ​@@dhritirekhadas2757right brother

      @digenmili4904@digenmili490414 күн бұрын
  • নাটক আৰম্ভ হৈ গল

    @ratulsaikia4348@ratulsaikia434814 күн бұрын
  • It should be repolled

    @ndoley8074@ndoley807414 күн бұрын
  • বিজেপি ৰ যিমান কৰ্ম কৰ্তা আছে বুলি মন্তব্য কৰে। ভোট প্ৰদান কৰিবলৈ দেখোন অন্য ব্যৱস্থা নললেই হয়।

    @pabitranath4675@pabitranath467512 күн бұрын
  • Yes

    @doleysvlogs1720@doleysvlogs172012 күн бұрын
  • Repulling in dibrugarh

    @user-jn3tt3dh6r@user-jn3tt3dh6r12 күн бұрын
  • বিচাৰ হব লাগে

    @minudey7657@minudey765713 күн бұрын
  • ৰি পুলিং হব লাগে লুৰিন জ্যোতি জিন্দাবাদ

    @jyotidoley9484@jyotidoley948413 күн бұрын
  • Nirbachon bishoya please sarkari pokshya nolobo, niropeksha hok ,gonatontak rokshya korok,

    @monalishasaiki7842@monalishasaiki784214 күн бұрын
  • EVM r biswash koribo noari.

    @nekibuzzaman5195@nekibuzzaman519513 күн бұрын
  • Every body milivakat bjp r logot even supreme court judge... So, supreme court don't get take good decision for evm against general public of India

    @upangkarhazarika6051@upangkarhazarika605114 күн бұрын
    • Upangkar hazarika, amaar dekh khon amuthimaam(3.5%) west uressian bidekhir dakhal t. Ihat hol Monubadi,brahmonbadi,jatibadi jehadi. Nyapalika, karjyapalika,Bidhaini,khongbad madhyam, Uiversity,IIT,IIM, Bussiness, khamajik khakal u dakhal kari asey. Nyaipalika 97% karjyapalika 80% Bidhaini 70% khongbad madhyam 99%Busssiness 80% bhumi 60% ai monubadir dakhal t.

      @mukulbaruah1833@mukulbaruah183314 күн бұрын
  • Club r Habhappti r logot BJP r neta haribo buli buji uthise BJP ye.

    @ronjitsaikia-wy3le@ronjitsaikia-wy3le14 күн бұрын
  • CM himonto modi shame laj nai

    @moidulislam2276@moidulislam227614 күн бұрын
  • সত্যটো তদন্ত কৰক তদন্তকাৰী বিভাগে Should be legal .

    @nripenborgohain201@nripenborgohain20113 күн бұрын
  • o tar mane bjp voi korise

    @sancomedy2135@sancomedy213514 күн бұрын
  • জনসাধাৰণ সচেতন কাৰনে এইবাৰ বিজেপি বিদায় দিছে।

    @mohendradohutia@mohendradohutia14 күн бұрын
  • Harar agjanoni pai gol

    @AbhijitMachahari-nx3rr@AbhijitMachahari-nx3rr14 күн бұрын
  • Bjp iman 2nombori ne

    @thanendraborah5956@thanendraborah595614 күн бұрын
    • geda election bjp a napate... murkho nki ty..

      @DhritirajKashyap-vu3ic@DhritirajKashyap-vu3ic14 күн бұрын
  • Accident huwa buli evm mechine to holai dile jen lagise....😂😂😂

    @psblogs3281@psblogs328110 күн бұрын
  • B J P Jay Habai ehat siyari thakibai.

    @gautamsarma8897@gautamsarma889713 күн бұрын
  • কোন জিতে জিতক কিন্ত EVM চুৰি হ'ব নেলাগে। জনসাধাৰনৰ মতক আমি আদৰি লম। EVMৰ পৰা জয়ী হ'লে ও সাংবিধানিক জয়ী বুলি স্বীকাৰ নকৰোঁ আৰু ভৱিষ্যতেও তেওক আমাৰ সংসদ বুলি গণ্য নকৰোঁ আৰু EVM সাংসদ বুলি স্বীকাৰ কৰা হ'ব।

    @khagenJimey@khagenJimey13 күн бұрын
  • ইলেকচন কিয় পাতে জনসাধাৰণক দেখুবায় ইভিমৰ খেলিমেলি ভালদৰে ইলেকচন নাপাতে মানুহৰ আশা বোৰ ?কি evmনেকি?

    @kKumardas-en3oc@kKumardas-en3oc14 күн бұрын
  • Evm gari khon hae accident hbo pare nai ..manuh logai dise aru to upai nai jikibole 😂😂😂

    @psblogs3281@psblogs328110 күн бұрын
  • Evm ছেক

    @FajalBarbhuiya-xi2oj@FajalBarbhuiya-xi2oj11 күн бұрын
  • Good news

    @Rajansm123@Rajansm12314 күн бұрын
  • Need repolling

    @bhaskardutta8522@bhaskardutta852214 күн бұрын
  • BJP 5 set jeteb..

    @GhanshayamTalukdar@GhanshayamTalukdar14 күн бұрын
  • Congress jikile evm hack nhoi bjp jikile hoi😂😂

    @dibyo1727@dibyo172714 күн бұрын
    • Matha naikia sob

      @Jahnobiborgohain@Jahnobiborgohain14 күн бұрын
    • Tmr imn brain thaki aji eyate msg nkrila hoi

      @r-seriesltd.6829@r-seriesltd.682914 күн бұрын
  • Belodot hobo lage

    @AbuHanif-wv9vp@AbuHanif-wv9vp13 күн бұрын
  • Lurin haribo buli gom pai....baxana start hoise aru......jeneke kisumane ,cricket ,football khelute ,haribo lolei ,horu issue ata loi kajia kori ,khelpothar ari gusi jayj tenekuai hoise.....😂🤣🤣

    @digenmili4904@digenmili490414 күн бұрын
  • হাঁহি উঠাৰ কথা কৈছে

    @dipaleegogoibora3611@dipaleegogoibora361113 күн бұрын
  • পোনৰ ভোটিং হ'ব লাগে

    @surendrasurendra6163@surendrasurendra616312 күн бұрын
  • Congress will win

    @user-hv4tt6fu6d@user-hv4tt6fu6d11 күн бұрын
  • BJP EVM Sarkar 2024

    @TapanTamuli-uj7yh@TapanTamuli-uj7yh13 күн бұрын
  • Re voot hobo laga deburogorot

    @brojenkhargharia15@brojenkhargharia1512 күн бұрын
  • 😢 3:38

    @smpvillage@smpvillage13 күн бұрын
  • Tur natok Suru hoi gol ha😂😂😂

    @rameshpayang7871@rameshpayang787114 күн бұрын
  • 😊

    @bhodokishnagogoi1081@bhodokishnagogoi108114 күн бұрын
  • T.T

    @prafullabezbaruah6440@prafullabezbaruah644012 күн бұрын
  • Re vote hob lage.6জন ভোট দিলে 57জন দিয়া দেখা ইছে কিয়।

    @PriYamHA@PriYamHA14 күн бұрын
  • EVM thak. Vot napale.

    @GhanshayamTalukdar@GhanshayamTalukdar14 күн бұрын
  • বিজেপিৰ নেতাই সেইকাৰণে কব পাৰিছে যে আমি ইমান ভোটত জয়লাভ কৰিম বা সিমান ভোটত জয়লাভ কৰিম বুলি,তাৰমানে বিজেপিয়ে নিৰ্বাচনত গো-হাৰণ খোৱাৰ ভয়তে ই.ভি.এম টেম্পাৰিং কৰি আৰু বেলট বাকচ চুৰি কৰি হলেও নিৰ্বাচনত জয়লাভ কৰাৰ বাবে সপোন দেখি কূট-কৌশল কৰা আৰম্ভ কৰি দিছে । বিজেপিৰ এই কাৰ্যত আমি বিজেপিক কেতিয়াও কোনো কাৰণতে সফল হবলৈ নিদিও । বিজেপি মূৰ্দাবাদ,গণতন্ত্ৰ হত্যাকাৰী বিজেপি চৰকাৰ নিপাত যাওক,বিজেপি ভগাও,দেশ বচাও ।

    @alokdutta5907@alokdutta590713 күн бұрын
  • Case diyok....pise supreme court r nirdekh ahile already

    @surajbishnu3766@surajbishnu376614 күн бұрын
  • Khilonjiar babe Bharatr khongvidhan rokkhyar jhujh hol Looksobha nirbasion. Ai nirbasiont khilonjiai Monubadi,brahmonbadi,jatibadi jehadir bahire OBC,ST,SC samajr prarthik jikai khonghadloi pothaok,anyatha Bharatr khongvidhan ses habo aru khilonijia monubadi,vrahmonbadi, jatibadi jehadir gulam habo lagiba.

    @mukulbaruah1833@mukulbaruah183314 күн бұрын
  • Luin daa zinderbad

    @giringogoi1043@giringogoi104314 күн бұрын
  • Re pole howar pasat akou agor Evm machine towe thobo pare strong room t. Raije val koi nojor dibo katha to.

    @flowerhouse504@flowerhouse50414 күн бұрын
  • Evm bjp vote bank

    @rajeshtokbi7473@rajeshtokbi747313 күн бұрын
  • EVM means Every Vote To Modi

    @Manash70707@Manash7070714 күн бұрын
  • We should support India alliance to safe our Assam they want destroy our Assam

    @user-hv4tt6fu6d@user-hv4tt6fu6d11 күн бұрын
  • 🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉🎉

    @ganeshdeka1648@ganeshdeka164814 күн бұрын
  • BJP jindabad

    @sabitaassamesevideo6501@sabitaassamesevideo650112 күн бұрын
  • Sobote tar protibad khali🤣🤣🤣🤣

    @dhanjitnath7934@dhanjitnath793414 күн бұрын
    • বাল কৰিছে,বিজেপি এনেও চোৰৰ দল বুলি সকলোৱে জানে সেই কথা আমাক নতুনকৈ কোনেও বুজাই কোৱাৰ প্ৰয়োজন নাই বুজিলি ১৫০০ টকীয়া ।

      @alokdutta5907@alokdutta590713 күн бұрын
  • Meacine bayha athu khi khatha ath ba dutha hobapary sab jagaat khi hoba .

    @rajibroyroy-vr7dk@rajibroyroy-vr7dk14 күн бұрын
  • এজেপিহাৰিবোলি নাতক কৰিচে

    @baishwajitbordoloi6240@baishwajitbordoloi624014 күн бұрын
    • বাল কৰিছে,বিজেপি এনেও চোৰৰ দল বুলি সকলোৱে জানে সেই কথা আমাক নতুনকৈ কোনেও বুজাই কোৱাৰ প্ৰয়োজন নাই বুজিলি ।

      @alokdutta5907@alokdutta590713 күн бұрын
  • Sudurbhai Dalal bjp

    @doleysvlogs1720@doleysvlogs172012 күн бұрын
  • Daal tur abur natok

    @Straightfromassam@Straightfromassam14 күн бұрын
  • তাৰ মানে তোমাক জনসাধাৰণে ভোট দিয়া নাই।

    @anantakumar975@anantakumar97514 күн бұрын
  • BJP go back

    @hemonta9300@hemonta930013 күн бұрын
  • পকেটত

    @sivanathbhuyan-go9zq@sivanathbhuyan-go9zq14 күн бұрын
  • Lurinjyoti ata pagol

    @deba8183@deba818313 күн бұрын
  • Akou notunkoii hobo lage

    @bishnuabhay350@bishnuabhay35014 күн бұрын
  • BJP 👎👎👎

    @safikulislam338@safikulislam33814 күн бұрын
  • Jikibo bjp ye

    @rameshpayang7871@rameshpayang787114 күн бұрын
  • Nije haribo hole notun bakon

    @pastorakashMorang@pastorakashMorang14 күн бұрын
  • বি জে পি জিকিব‌ই ❤

    @nittyanandasarkar3999@nittyanandasarkar399913 күн бұрын
  • Ke j hobo. Eai jone jote tote andulon kore thake.

    @MalabikaBaruah-fm6oj@MalabikaBaruah-fm6oj14 күн бұрын
  • 😂❤❤😊😊😊

    @user-hr4md8gh6o@user-hr4md8gh6oКүн бұрын
  • Bjp jindabad

    @arabindabarman6623@arabindabarman66238 күн бұрын
  • Bjp zindabad

    @pinkudas4699@pinkudas469913 күн бұрын
  • BJP 👎👎👎👎😡😡😡

    @bijitkari2952@bijitkari295213 күн бұрын
  • Hariba buli janila a neki .

    @srigunajitsharma8282@srigunajitsharma828213 күн бұрын
    • তহঁতি পণ্ডিত নেকি ? তহঁতি আগতীয়াকৈ জিকিব বুলি কেনেকৈ জানিলি ?

      @alokdutta5907@alokdutta590713 күн бұрын
    • @@alokdutta5907 😂😂harim buli agotia koi lurine nije kole dekhun .

      @srigunajitsharma8282@srigunajitsharma828213 күн бұрын
    • @@srigunajitsharma8282 লুৰিণ দাই কেতিয়া হাৰিম বুলি কলে অন্ধভক্ত ?

      @alokdutta5907@alokdutta590713 күн бұрын
  • Bjp go back

    @papondas5982@papondas598213 күн бұрын
  • Kam ni Lurinr

    @depaSaikia@depaSaikia14 күн бұрын
  • Please keep re election

    @monalishasaiki7842@monalishasaiki784214 күн бұрын
  • Fotua BJP sorkar..doom nai Nika nirbason patibole.

    @jitulsaud9050@jitulsaud905012 күн бұрын
  • haribo gom pai aibor natok arambho kori dila😂😂😂

    @DhritirajKashyap-vu3ic@DhritirajKashyap-vu3ic14 күн бұрын
  • চোৰৰ দল বি জে পি , দাদাগিৰি কৰা দল বি জে পি...

    @budheswarnath6516@budheswarnath651612 күн бұрын
  • Good News

    @runuhazarika8290@runuhazarika829013 күн бұрын
  • EVM thoka bus khon he accident hobo palene baru

    @flowerhouse504@flowerhouse50414 күн бұрын
  • Natok kareae

    @GhanshayamTalukdar@GhanshayamTalukdar14 күн бұрын
  • Bjp

    @user-yu5wr5tb1o@user-yu5wr5tb1o14 күн бұрын
  • 😂😂

    @pinkudas4699@pinkudas469913 күн бұрын
  • Sonowal zindabad

    @depaSaikia@depaSaikia14 күн бұрын
  • lurinjyoti kam nai neki tur okl portibad pagol 😂😂

    @unknown-pf5bv@unknown-pf5bv14 күн бұрын
  • Sarbananda Sonowal K vote di ahisu

    @ANath10@ANath1014 күн бұрын
    • Logr khini lgt

      @ANath10@ANath1014 күн бұрын
KZhead