হাজং-চাকমা নে মৰাণ-মটক? দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?

2024 ж. 23 Сәу.
137 155 Рет қаралды

📣হাজং-চাকমা নে মৰাণ-মটক?
📣হিমন্তবিশ্ব বনাম কিৰেন ৰিজিজু!
📣ৰিজিজুৰ মতে অসমৰ মুখ্যমন্ত্ৰীৰ সৈতে আলোচনা ইতিমধ্যে আৰম্ভ হৈছে!
📣কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহেও নিৰ্দেশ দিছে হিমন্তবিশ্ব শৰ্মাক!
📣হিমন্তবিশ্ব শৰ্মাৰ মন্তব্য... কিৰেণ ৰিজিজু অসমৰ মুখ্যমন্ত্ৰী নহয়! অসমৰ মুখ্যমন্ত্ৰী মইহে!
📣CAAৰ ভয়াবহতাৰ কথা প্ৰকাশ পাইছে কিৰেণ ৰিজিজুৰ বক্তব্যত!
📣অৰুণাচলৰ বাবে CAA আশীৰ্বাদ অসমৰ বাবে CAA অভিশাপ!
📣দায়সৰা মন্তব্যৰে পলাব খুজিছে নেকি হিমন্তবিশ্বই?
___________________________________
Like, share and subscribe our channel.
Follow us on:
Facebook - facebook.com/nenownews/
Twitter - twitter.com/NENowNews/
Instagram - instagram.com/northeast.now

Пікірлер
  • কিৰণ ৰিজিজুৱে মিছা নাইকোৱা। কৈছে মিছলীয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সেয়া প্ৰমাণ হব আগন্তুক দিনত।

    @biswajitborgohain7291@biswajitborgohain729127 күн бұрын
    • কিৰেণ ৰিজেজুৱে মিছা কথা কোৱা নাই মিছা কথা আমাৰ মুখ্যমন্ত্ৰী ক অমিত চাহে কৈছে বুলি মিছা কোৱা নাই অসমৰ মুখ্যমন্ত্ৰী হ'লে কি হ'ব কা আইন ৰ ক্ষেত্ৰত মেঘালয়ৰ মুখ্য মন্ত্ৰীয়ে কৰা নামানু বুলি ক'ব পাৰিলে আমাৰ মুখ্যমন্ত্ৰী নালাগে বুলি কিয় ক'ব নোৱাৰিলে এই ক্ষেত্ৰত দল বগৰাসকলে গৃহমন্ত্ৰী ৰ কথা ত মাত মতা অধিকাৰ মুখ্য মন্ত্ৰীৰ নাই বুলি অসমৰ সকলো ৰাইজে জানে গতিকে আমাৰ মুখ্যমন্ত্ৰী য়ে মিছা মাতিছে নহ'লে কিৰেণ ৰিজেজুৱে কেনেকৈ অসমত সংস্থাপন দিব বুলি ক'ব পাৰিলে দিল্লীৰ কথাত মাত মাতিব লৈ আমাৰ মুখ্যমন্ত্ৰী নাই নহ'লে অসমৰ ৰাইজে নিবিচৰা কা আইন অসমত জাপি দিব নোৱাৰিলে হেঁতেন

      @ranjitduttaey3967@ranjitduttaey396726 күн бұрын
  • এইজন প্ৰভুভক্ত ই অসম শেষ কৰিলে

    @chitrahazarika5794@chitrahazarika579427 күн бұрын
    • BJP HATAO ASSAM BASAO.HIMONTOK HONKALE BIDAI DIYOK AXOMOR RAIJ JAGIBOR HOL.

      @utpalmuchahary5026@utpalmuchahary502627 күн бұрын
    • Kiron Rejijo ajon clearcut bakti ,aur sat sahaj ache.

      @KutubUddin-ur6gt@KutubUddin-ur6gt27 күн бұрын
    • BJP go back.

      @KutubUddin-ur6gt@KutubUddin-ur6gt27 күн бұрын
    • Himanta B S. Murdabad.

      @KutubUddin-ur6gt@KutubUddin-ur6gt27 күн бұрын
    • অলপমান শিক অ' জাতি-প্ৰেম কাক কয়। আমাৰ বুঢ়া শগুন কেইটাই কি বুজিব।

      @rajudihingia3172@rajudihingia317227 күн бұрын
  • হিমন্তৰ কথাত পতিয়ন গলে বিপদ নিশ্চিত

    @anjusaikia9306@anjusaikia930627 күн бұрын
  • অসম শেষ হৈ যাওঁক হিমন্ত যে ধন ঘটিব লাগে

    @kakoligayan2065@kakoligayan206527 күн бұрын
    • Ki koribo tare pisoto vote ahomiya bjp k die

      @asaduzzaman1002@asaduzzaman100227 күн бұрын
  • অসমৰ ভৱিষ্যত সংকটৰ গৰাহত। দুৰ্ভাগ্যজনক

    @minaramsaikia3737@minaramsaikia373727 күн бұрын
  • কিৰণ ৰিজিজো সঁচা, মহন্ত বিস্ব দুপ্লিকেত। Hbs মিছা কথা কৈ থাকে, আমাক ঠগী আছে এইডালে ।

    @bkp9774@bkp977427 күн бұрын
    • 😅

      @bornaliboruah7521@bornaliboruah752127 күн бұрын
  • সৰ্বানন্দ চাৰৰ মুখত মাত নাই নেকি? হিমন্ত মামাৰ মুখত সদায় মিছা মাত ।

    @gaurirabha3236@gaurirabha323627 күн бұрын
  • কৰেন ৰিজেজুৰ জাতি প্ৰেম চাওক মুখ্য মন্ত্ৰী ডাঙৰীয়া

    @doli720@doli72027 күн бұрын
    • Hy ......Kiran Rijeju r pora hikibologiya bohut ase cm dangoriyai.......

      @pegu6282@pegu628227 күн бұрын
    • Mak suda

      @Messi1530@Messi153027 күн бұрын
    • Hocha hochai missa misai.

      @utpalmuchahary5026@utpalmuchahary502627 күн бұрын
  • অসমৰ মন্ত্ৰী বিধায়ক সকলৰ সম্পতিৰ ওপৰত থাকিবলৈ দিয়ক।

    @saytanathtamuli9975@saytanathtamuli997527 күн бұрын
  • সকলোৱে এবাৰ হাত চাপৰি বজাই দিয়ক হিমন্ত বিশ্ব শৰ্মাৰ মিছলীয়াৰ প্ৰতি ।

    @IamTimung@IamTimung27 күн бұрын
  • আৰু বেছি দিন নাই । সত্য অতি সোনকালে পোহৰলৈ আহিব।

    @Kripal_Das@Kripal_Das27 күн бұрын
  • No BJP No CAA

    @ronjitsaikia-wy3le@ronjitsaikia-wy3le27 күн бұрын
    • CAA Lage cAA 😅

      @fakrulislam8319@fakrulislam831927 күн бұрын
    • ​@@fakrulislam8319কিয় লাগে কা নে তই বাংলাদেশী হয়

      @animaborboruah8016@animaborboruah801627 күн бұрын
    • ​@@fakrulislam8319meya balagedesh sol fut goru khuwa

      @MoranHurajit@MoranHurajit9 күн бұрын
  • অসমৰ মানুহক তেওঁ নাঙথ কৰিব বিছাৰিছে. এই ৰাজনীতিত থাকিলে অসম খনক বাপেকৰ ঘৰৰ বুলি ভাবিছে

    @bandanaborgohain7331@bandanaborgohain733127 күн бұрын
  • মূখ্য মন্ত্ৰীৰ কথা মিছা হব‌‌‌, তেওৰ অতীত বুৰঞ্জী চাওক

    @DineshMedhi-bc3mc@DineshMedhi-bc3mc27 күн бұрын
  • অসমত মীছলীয়া মানুহ আছে যদি এইজনেই এইজনক চাই থাকিলে অসম ৰখা তলে যাব ।কৰন অৰুণাছলৰ মন্টীজনক কিহৰ খৰে খালে মিচাকে ক'বলৈ । এতিয়াও সময় আছে ৰাইজৰ হাতত ।

    @PunaBorgohain@PunaBorgohain27 күн бұрын
  • Bjp ক নিপাত নিয়াক৷ এইবাৰ বোলে চাকমা আনিব এই দগাবাজ টোৱে৷

    @khagenkakati6380@khagenkakati638027 күн бұрын
  • কালান্ত বিছাকেতুৰ মুখখন দেখিলেই গম পোৱা যায় সাংবাদিকৰ আগত গোকাট মিছা কথা কোৱা যেন লাগিছে।

    @binoynath9605@binoynath960527 күн бұрын
  • আলফা ( স্বাধীন) নে এই বিষয়ত একো নকয় নেকি ? নে হিমন্তই মেনেজ কৰি ৰাখিছে !!!!

    @budheswarnath6516@budheswarnath651627 күн бұрын
  • অসমখন যেন তাৰ পৈতৃক সম্পত্তিৰ দৰে ব্যৱহাৰ কৰিব লৈছে । অসমীয়াই কি তাৰ মতে চলিব নেকি ? যি কব যি কৰিব তাকে চাই থাকিবলৈ । নিজৰ গাদীৰ কাৰনে হিমন্তই কটি চেলেকিব পাৰে । বিজেপিক ভোট নিদিব ৰাইজ ,এতিয়াই শেষ সময় আৰু উচিত প্ৰ্তুৎতৰ দিয়া সময় । জাতিক বেচি খোৱা দালাল বোৰক গতিয়াই উলিয়াই দিও আহক ।

    @Savagehighlander@Savagehighlander27 күн бұрын
  • হিমন্ত অসমীয়া নহয়।সি এটা বহিৰাগত

    @rajibboruah6800@rajibboruah680027 күн бұрын
  • অৰুণাচলৰ জাতীয়তাবাদী নেতাসকলক ধন্যবাদ,,,,, আমাৰ দালাল কেইটাই ৰিজিজুৰ দৰে হব নোৱাৰে

    @lalitmedhi1103@lalitmedhi110324 күн бұрын
  • No BJP no caa MorO aitooye disition. BJP hatao desh bachao BJP go back Congress jeendabad 🇹🇯

    @sitadeviray5007@sitadeviray500727 күн бұрын
  • হিমন্ত বিশ্বই উত্তৰ দিয়ক । এইবোৰ সচাঁ নে মিচা

    @harmohankalita2903@harmohankalita290327 күн бұрын
  • অসমৰ চুটিয়া, আহোম, মৰাণ, মটক গোষ্ঠী অৰুণাচলৰ ,কোন কোন অঞ্চলত আছে, CM ছাৰক জনাবলৈ অনুৰোধ জনালোঁ,

    @junbora3558@junbora355827 күн бұрын
  • মিছা কথা আমি মামাক বিশ্বাস নকৰো । মহিলা সকলক দহ হাজাৰ দিম বুলি কোৱা নাছিল নে দিলে নে ?

    @rupjyotigogoi8413@rupjyotigogoi841327 күн бұрын
    • Mamak kele bishwas koribo Lage ?...Amar mama bilak Shakuni mama,Kongso kama.Deshot koi mumai dangor nohoy... ..Moi Arunacholor .

      @user-zj8zx5jh6w@user-zj8zx5jh6w26 күн бұрын
  • Ineer line permit কিয় অসমত হোৱা নাই ?

    @bipulborah2193@bipulborah219327 күн бұрын
    • Tik koisa

      @woozie-rg7tf@woozie-rg7tf27 күн бұрын
  • 420 himanta

    @jimikantadoley5659@jimikantadoley565927 күн бұрын
  • আমাৰ টোৱে মিছা মতা নাইটো! নহলে কেন্দ্ৰীয় মন্ত্ৰী জনক মিছলীয়া সজালে মুখ্যমন্ত্ৰী জনে।

    @user-uy8fy4pl1d@user-uy8fy4pl1d27 күн бұрын
  • অসম কাৰো পৈত্ৰিক সম্পত্তি নহয় যি মন যায় তাকে কৰিব

    @umeshchbaishya9380@umeshchbaishya938027 күн бұрын
  • সকলো শেষ কৰি , লণ্ডনত ঘৰ লৈ লব কোনোবাই😢😢

    @dibyaranjangogoi6238@dibyaranjangogoi623827 күн бұрын
  • ৰিনিকিৰ এশ বিঘা আছে নহয় তাতে থব লৈ দিব লাগে

    @bharatisaikia1388@bharatisaikia138827 күн бұрын
  • Kiran Rijiju saying the truth of BJP's planning

    @KM-tc3oe@KM-tc3oe27 күн бұрын
  • Rijiju is right

    @NaliniBorah-rm4uf@NaliniBorah-rm4uf27 күн бұрын
  • মিচলিয়া শেষ কৰি দিলে

    @nilutpalhazarika4391@nilutpalhazarika439127 күн бұрын
  • দুয়োজন সছা কথা আছে।

    @nibagaro6976@nibagaro697622 күн бұрын
  • নামনি অসমৰ পালে ভাল ঠাই বিচাৰি সংস্থাপন দিলে ভাল হ'ব

    @BornaliPatir-iw8ym@BornaliPatir-iw8ym27 күн бұрын
  • অৰুনাচলত ঠাই কম হৈছে নেকি

    @maynulhoque2927@maynulhoque292727 күн бұрын
  • অসমৰ ইতিহাসৰ সৰ্বশ্ৰেষ্ঠ মিছলীয়া মূখ্য মন্ত্ৰী।তাৰোপৰি মাত্ৰ হাজাৰ টকাতে বিক্ৰী যোৱা বৰশীৰ টোপ গিলিবলৈ ৰৈ থকা প্ৰজাৰ সমৰ্থন থাকিলে কি নকৰিব এইজনে।

    @kharkhuaokhomia5949@kharkhuaokhomia594926 күн бұрын
  • বিজিপিয়ে এতিয়া পটন হব❤

    @user-oh4kc4uj3r@user-oh4kc4uj3r2 күн бұрын
  • তেওঁ পাগল হৈছে

    @bandanaborgohain7331@bandanaborgohain733127 күн бұрын
  • অলগদ্ধ মূখ্যমন্ত্ৰী।

    @hemkantaborah7434@hemkantaborah743426 күн бұрын
  • Rise Assam Rise

    @dipudas1526@dipudas152627 күн бұрын
  • দুই জনেই দুই নম্বৰি ধান্দাবাজি এজনকো বিশ্বাসত ল'ব নোৱাৰি

    @gopinathtalukdar6013@gopinathtalukdar601327 күн бұрын
  • লাচিতে কৈ গৈছে দেশত কৈ মায়া ডাঙৰ নহয় মনত ৰখা দৰকাৰ ৰাইজ

    @axomjintugamer7568@axomjintugamer756826 күн бұрын
  • Immediately must be cleared by both Kiren nd our mama even Amit ji .

    @dhirendrakumarbaruah6906@dhirendrakumarbaruah690627 күн бұрын
  • We love your low sir

    @ChaurupantarPungkhung@ChaurupantarPungkhung26 күн бұрын
  • কিৰেণ ৰিজেজু অসমৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ চমক খবৰে তেখেতে আশীৰ্বাদ লাভৰ সম্ভাৱনা আছে।

    @dayarambharali7710@dayarambharali771027 күн бұрын
  • আজিৰ অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব... অসমখনক ৰক্ষা কৰা প্ৰভূ...জাতিদ্ৰোহী BJP ক খেদিব লাগে.

    @jintumili1955@jintumili195527 күн бұрын
  • অৰুণাচলৰ চৰকাৰক ভাল হিধান্ত এক কথা

    @SunehwarSonowal-yl3ip@SunehwarSonowal-yl3ip27 күн бұрын
  • অসম ধ্বংস কৰাৰ ব্লুপ্ৰিণ্ট

    @devajitgogoi2828@devajitgogoi282826 күн бұрын
  • হিমন্তই আৰু কিমান মিছা কথা কৈ অসমৰ ৰাইজক বুৰ্বক বনাব।

    @jayantipanchani9496@jayantipanchani949627 күн бұрын
  • Aijonok beswas nokoreb kunudn

    @PujaBarman-fh7sk@PujaBarman-fh7sk27 күн бұрын
  • সত্য সদায় জয়

    @rubikoch5083@rubikoch508327 күн бұрын
  • Kiren Rijiju sir is absolutely right.

    @Jaggu12385@Jaggu1238527 күн бұрын
  • I'm can't choice who are right who are wrong I'm choice only not accept Hazong and Chakma people Joi aai Axom🤟🤟

    @KhagenLagachuvlongs@KhagenLagachuvlongs24 күн бұрын
  • Truth is always comes out.

    @sonaramnath5270@sonaramnath527027 күн бұрын
  • উপায় নাই আপুনিও ময়ো সময়ত মিছা মাতিব লগা হয়,এই মিছাক তেখেতেনো আমাৰ লগত কিয় দিলে? এয়া চাগে আমাৰ পৰিক্ষা কৰণ হ'ব ই পাৰে।

    @AbulSarkar-zw7js@AbulSarkar-zw7js15 күн бұрын
  • ইতিহাসৰ আটাইতকৈ মিছলীয়া মুখ্যমন্ত্ৰী জন 😂😂😂

    @rebanandagogoi5410@rebanandagogoi541027 күн бұрын
  • এইবোৰ চব মিছা ৰাইজ

    @GoneshPatowary@GoneshPatowary27 күн бұрын
  • মিছলীয়া মুখ্যমন্ত্ৰীৰ কি বুলি কম ভাষা বিছাৰি পোৱা নাই অসম ৰসাতলে গল

    @user-wk2lr7fl3d@user-wk2lr7fl3d26 күн бұрын
  • CM Dog bas Asom And Asomiya Big Lost

    @user-mc5dw9eu7y@user-mc5dw9eu7y27 күн бұрын
  • এই শিয়াল কেইতাক অসমীয়াই কেতিয়াও বিশ্বাখত নলব।

    @binoykalita7597@binoykalita759727 күн бұрын
  • আমাৰ অসমতে কিমান মানুহ আছে আমি ভালদৰে দুবেলা দুমুঠি খাব পিন্দিব নেৱাৰো এই চিন্তা মামাই কৰা নাই

    @maynulhoque2927@maynulhoque292727 күн бұрын
  • Himanta gat Badan's tag ase

    @dhananjoyborah2041@dhananjoyborah204127 күн бұрын
  • ৰাজনীতি নকৰিবা বন্ধু........! জাতি মাটি ভেটি....... হাতত লোটা ঘটি লৈ অসমীয়াই অসম এৰিবৰ হল ! 😢😢😢😢জয় আই অসম 😢😢😢

    @THEKING-ge1ur@THEKING-ge1ur27 күн бұрын
  • অসমৰ গৰু এচামে এতিয়াও বুজা নাই।১no আৰু ২no মহাদেৱপুৰ ৰ দেউৰী সকলৰ কি hoba???

    @promudborgohain7920@promudborgohain792027 күн бұрын
  • বৰ্তমান অসমৰ মুখ্যমন্ত্ৰী জনৰ নাম কি ।।।

    @JayPegu321@JayPegu32127 күн бұрын
  • ৰিজিজুৱে কৈছে ছাকমা আৰু হআজংৰ কথা, আমাৰ মূখ্যমন্ত্ৰী ডাঙৰীয়াই উত্তৰ দিলে মৰাণ মটকৰ কথা।অকাইপকআই, পকাই ঘূৰাই আওপাকেৰে, বাৰে এনেকুৱা মানুহ নাপাম দেই ।

    @RebaGogoi-zr3ts@RebaGogoi-zr3ts27 күн бұрын
    • Hemonto aamar mumai je. Aapuni Shakuni mama,Kongso mamak najane neki ? ...Aami ataiye jaani thobo lagibo..'Deshot koi Mumai dangor nohoy."

      @user-zj8zx5jh6w@user-zj8zx5jh6w26 күн бұрын
  • এইখন চৰকাৰে অসমৰ মানুহক ধ্বংস কৰি শেষ কৰিলে, আমাৰ অসমীয়া ৰাইজে বুজি পোৱা নাই আৰু হোৱালৈকে একো কৰিব নোৱাৰে, বিজেপি হাতাও কংগ্ৰেছ জিন্দাবাদ ✋✋

    @user-dc6dd5he2x@user-dc6dd5he2x27 күн бұрын
  • আকৌ এবাৰ মোদী চৰকাৰ 😂😂😂😂😂

    @unityinindia4467@unityinindia446727 күн бұрын
  • হিমন্ত, সৰ্বানন্দ ই অসম তথা অসমীয়াক শেষ কৰিব এতিয়া... খাৰখোৱা অন্ধ ভক্ত সকল...

    @budheswarnath6516@budheswarnath651627 күн бұрын
  • মৰাণ মটক আহোমলৈ মামাৰ ভৈ হৈছে গতিকে এনেকৈ কৈছে

    @PranjalTamuli-sd4bl@PranjalTamuli-sd4bl27 күн бұрын
  • তেও চকমা আৰু হজং ৰ কথা কৈছে। ইয়াত মৰাণ মটক আহোম চুতীয়াৰ কথা কোৱা নাই

    @AbdulJalil-rb6zl@AbdulJalil-rb6zl27 күн бұрын
  • Kiren rijiju ye ketiau misa nkoi

    @RajibIslam-um6io@RajibIslam-um6io27 күн бұрын
  • কোন সঁচা কোন মিছা গম পোৱা গৈছে, আসাম ৰ কাৰণে অভিশাপ, অৰুণাচল আৰু ৰিজিজু ৰ কাৰণে আশীৰ্বাদ 😥

    @probinbasumatary8619@probinbasumatary861927 күн бұрын
  • Sarba is the main culprit in this issue .

    @novokachari4499@novokachari449927 күн бұрын
  • Himontoi faki marise aku najanu buli..

    @TCF573@TCF57327 күн бұрын
  • Mama iman chalu

    @woozie-rg7tf@woozie-rg7tf27 күн бұрын
  • নুবুজে ,নুশুনে ,নাজানে অসমৰ মানুহে ।

    @pravachutia931@pravachutia93127 күн бұрын
  • সৰ্বা নামৰ প্ৰানীজনে কি উত্তৰ দিব? এই ভিত্তজনে অসমৰ ভৱিষ্যত শেষ কৰিলে।

    @binoykalita7597@binoykalita759727 күн бұрын
  • কিৰেন ৰিজিজুৱে চাকমা হাজংৰ কথা কৈছে মৰাণ মতকৰ কথা কোৱা নাই। অসমৰ মুখ্যমন্ত্ৰীয়ে হে মৰাণ মতকৰ কথা কৈছে।

    @nogensaikia2441@nogensaikia244127 күн бұрын
  • CM বাপেকৰ মাটি নেকি

    @jyotishmansportschannel5948@jyotishmansportschannel594827 күн бұрын
  • মূখ্য মন্ত্ৰীৰ কথা সঁচা কি ধৰিব নোৱাৰে ।

    @romabora2399@romabora239927 күн бұрын
  • Kiren Rijiju ji ne sahi bola. Assam sarkar jarur sahai karega. Nagaland, Meghalaya aur Monipur ke sath sukti ho sakta hai? Assam ke janata bahut acha hai.

    @PabitraTeron-bi1xx@PabitraTeron-bi1xx27 күн бұрын
  • Jeng jabor sob Axom d jama 😢korok ashirwad hobu CAA D USELESS

    @alemlasaikia8332@alemlasaikia833223 күн бұрын
  • ষ্পষ্ট বাদী কিন্তু ৰিলিজত ডাঙৰীয়া। কিন্তু আৰু কিমান মিছা মাতিব আৰু আমাৰ ডাঙৰীয়াই।

    @ramchandadas5435@ramchandadas543527 күн бұрын
  • ফচিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।

    @MilanBasumatary-qh5uh@MilanBasumatary-qh5uh27 күн бұрын
  • কিমান মিছা কব মামা।

    @bipulkumarchoudhury515@bipulkumarchoudhury51527 күн бұрын
  • মই বৰ এ দুবাব।

    @pradipmedhi6669@pradipmedhi666927 күн бұрын
  • 5 lakh r soli poli 9 mahor pasat komeo 1 lakh. Next 9 mahor pasat akou 1 lakh . Enekoi khub kom time r vitarate lakh lakh lakh lakh

    @flowerhouse504@flowerhouse50427 күн бұрын
  • গুৰুত্বপূৰ্ণ কথাবোৰত সৰ্বাদাদা নিমাতী কন্যা

    @RebaGogoi-zr3ts@RebaGogoi-zr3ts27 күн бұрын
  • No way to live Assam bidruh hbo

    @dinumozumder9919@dinumozumder991927 күн бұрын
  • Moran motak kon sini painay mamai

    @BiswajitDas-ew3xi@BiswajitDas-ew3xi27 күн бұрын
  • কিৰন সছা, মূখ্যমন্ত্ৰী মিছা,বুজিবলৈ কাৰো বাকী থকা নাই 😮😮 এতিয়াও সময় আছে, অসমৰ মূখ্যমন্ত্ৰীয়ে কিৰণ ৰিজীজুৰ পৰা দেশ প্ৰেম জাতি প্ৰেম শিকক। 😮😮 ধিক্কাৰ অসমৰ মূখ্যমন্ত্ৰী 😮😮

    @user-bq3vt8ot6h@user-bq3vt8ot6h27 күн бұрын
  • Stop caa

    @nitulbora374@nitulbora37427 күн бұрын
  • মামাৰ কথা নশুনিব

    @GoneshPatowary@GoneshPatowary27 күн бұрын
  • কোন মিছা কোৱাত পাকৈত , চবেই জানে

    @neone4759@neone475927 күн бұрын
  • অসমৰ সকলো ৰাইজলৈ কথোৰ অনোৰুধ কোনো মানুহকে অসমৰ কতু জেগা নিদিব লাগে চৰকাৰি মাটিয়েই হ ওক

    @piolidutta3801@piolidutta380127 күн бұрын
  • শিয়াল শৰ্মাই মিছা কথা কৈছে ।

    @user-tp1er3sv9f@user-tp1er3sv9f27 күн бұрын
  • Arunachal also part of India what is problem there.

    @kiranpegu76vlog42@kiranpegu76vlog4227 күн бұрын
KZhead