Nationwide panic! AstraZeneca's Covid vaccine may cause blood clotting... Watch

2024 ж. 29 Сәу.
98 089 Рет қаралды

Nationwide panic! AstraZeneca's Covid vaccine may cause blood clotting... Watch
Watch the full clip to know more about this story.
#pragnews #astrazeneca #covidvaccine #bloodclotting #healthcare
Follow Prag News:
Facebook: / pragnewsassam
Twitter: / pragnews
Instagram: / pragnewsofficial
Visit: www.pragnews.com

Пікірлер
  • বহুত ৰাইজে দাবী কৰে যে কভিড ভেকচিন লোৱাৰ পাছৰ পৰাই অন্যান্য কিছুমান বেমাৰে লগ নেৰা হৈছে।

    @Wellcomedreamsong@Wellcomedreamsong15 күн бұрын
    • 😊😊😊😊😊😊😊

      @hemantikaman310@hemantikaman31011 күн бұрын
  • চিন্তা কৰিব কিয় লাগে বিজেপিক ভোট দে আৰু ।মোদী মোদী কৰি থাকে দেখোন

    @junaklive1714@junaklive171415 күн бұрын
    • 😂😂😂

      @Zigzag706@Zigzag70612 күн бұрын
    • Thik

      @pshinebhuyan8325@pshinebhuyan832510 күн бұрын
  • মোৰ অনুভৱ যে COVID vaccine লোৱাৰ পৰাই মোৰ অনবৰতে জ্বৰ, চৰ্দি, দুৰ্বল ভাৱ এটাই লগ নেৰা হ'ল।

    @pallobisonowal847@pallobisonowal84715 күн бұрын
    • Muru😢..

      @gitamonisaikia2990@gitamonisaikia299014 күн бұрын
    • Kothati Misa nohoy, mor bemar nachil, atia baro mahot terota bemar .

      @rabinpathak8715@rabinpathak871514 күн бұрын
    • Muru 😢

      @user-lk7ol8me@user-lk7ol8me14 күн бұрын
    • Moro tenekowa hoise .

      @RajumoniRajumonidas@RajumoniRajumonidas14 күн бұрын
    • Muru a k hoise

      @karabiduttabora4662@karabiduttabora466214 күн бұрын
  • " BJP " HOTAOW DESH BOSAOW

    @saralmonineog7403@saralmonineog740315 күн бұрын
  • আকৌ এতিয়া বেলেগ এটা ভেকচিন উলিৱাই দিব ফেকু দাই নিজৰ ফটো লগাই 😅😅😅

    @janardanbora2803@janardanbora280315 күн бұрын
  • মূলত ইয়াৰ দুখ কাৰ!! চৰকাৰে ঘৰে ঘৰে স্বাস্থ্য কৰ্মী পঠাই ভেকচিন দিয়াইছিল।

    @rajkumarpanging2166@rajkumarpanging216615 күн бұрын
    • Atiya dayitto sorkar moi Jodi kiba ata hoi sorkare dayitto lobo lagibo, vaccine lua homoi koi je nolole apunar documents aku Kam ne dibo buli ako atiya lua pasot bipot ki Mane, eman Jodi manuhok morabo bisare tetiya Mora ohut di loge loge morai Diya he bhal amak tenekua jiyai bemar di ki lap dukhiya manuhor😢😢😢

      @simpleentertainment351@simpleentertainment35115 күн бұрын
    • ​@@simpleentertainment351sorkar a eku daittyo noloi aru khoti purono nidea central sorkare enakuwa bill akhon pass kori thoise ji khon billot likha ase j jikunu vaccine aru dorop nirmata company dorop khai aru vaccine loi sideffect hole hai company kunu case korleo kamot nahibo aru khotipurono nidea aru sorkare o khoti puron nidea tat ullekh ase aru ai bill khon lokosabhat sol sature ra pass kori thoise . Amar raije eku gomoke puwa nai aru tate kisuman raijor mote bjp sorkare val ai ologadha raijor karone bjp sorkare modi a indiat manuh jati tur logot khel kori mritumkholoi thali dila.

      @tankeswarmrinmoy5316@tankeswarmrinmoy531614 күн бұрын
  • সত্যকাম ফুকন ঠিকে কৈছিল

    @Broken1585@Broken158514 күн бұрын
  • মই বেলেগৰ কথা নাজানো মই নিজৰ কথা হে কৈছো মই ভেকচিন লোৱাৰ পৰা 3:26 বহুত বেমাৰত পৰিছো শৰীৰটো বহুত বেছি দুৰ্বল হৈছো খোজ কাঢ়িব নোৱাৰো অলপ কাম কৰিলে ভাগৰ লাগে কেতিয়াবা বুকু বিষাই কেতিয়াবা হাত ভৰি বিষাই মুৰটো ঘুৰাই থাকে সকলো সময়তে ভাগৰুৱা অনুভৱ হৈ থাকে হাত ভৰিত শক্তি নাই কেতিয়াবা হঠাতে উশাহ-নিশাহ লোৱাত কষ্ট হয় তিনি বছৰৰ পৰা বিচনাত পৰি আছো খিৰিকীৰ পৰা বাহিৰ খন চাই থাকো আগতে কিমান ঘুৰিছো ফুৰিছো কিমান ধুনীয়াকৈ চলা ফুৰা কৰিছিলো এতিয়া বিচনা খনে মোৰ জীৱনৰ লগৰী হৈ পৰিছে। মই ভেকচিন লব বিচৰা নাছিলো মোৰ মা মোক গালি পাৰি পাৰি ভেকচিন দিব লৈ গৈছিল মই মাক বহুত কৈছিলো ভেকচিন নিদিও বুলি কিন্তু মোৰ মা সেই সময় খিনিত একো বুজি পোৱা নাছিল মাৰ মুখত এটাই কথা আমি সকলোৱে ভেকচিন লৈছো তই কিয় নোলোৱাকৈ থাকিবি ভেকচিন লোৱাৰ পৰাই মোৰ জীৱন শেষ। এতিয়া বিচনা খনে মোৰ জীৱনৰ লগৰী একো ভাল নালাগে পীথীৱী খনে মোৰ ভাল নলগা হৈ গৈছে।

    @user-qg6te4xn5x@user-qg6te4xn5x12 күн бұрын
    • একমত। মোৰো সেই একেই অৱস্থা। 😢

      @jakvecreativechannel4057@jakvecreativechannel405712 күн бұрын
    • @@jakvecreativechannel4057 মই বহুত দুখত জীয়াই আছো

      @user-qg6te4xn5x@user-qg6te4xn5x12 күн бұрын
    • Moi basi dur khuj karibo nuwaru 😢

      @White-vt9yy@White-vt9yy11 күн бұрын
    • Same condition 😢😢😢😢😢😢😢😢

      @bhanimadeka2159@bhanimadeka215911 күн бұрын
  • আকৌ এবাৰ থাল বাতি বজাই ,লাইট নুমুৱাই চাব পাৰে ৰাইজে কিজানিবা ভেকচিনৰ বেয়া পাৰ্শ্বক্ৰিয়াবোৰ নাইকিয়া হয়েই😂😂😂

    @dhantimedhi2021@dhantimedhi202115 күн бұрын
    • Right

      @jahangirmondal3354@jahangirmondal335414 күн бұрын
    • Akou ebar...

      @jahangirmondal3354@jahangirmondal335414 күн бұрын
    • Right 😂

      @arungogoi3012@arungogoi301213 күн бұрын
  • এতিয়া টিকাকৰণ প্ৰমাণপত্ৰত প্ৰধানমন্ত্ৰীৰ ফটোৰ মূল্য কিমান?

    @zng0606@zng060615 күн бұрын
    • Photo uthai dile

      @doley-gr9kg@doley-gr9kg13 күн бұрын
  • আমাক যোৰ কৰি এই বিষ সূপা কি কাৰণত দিয়া হল?

    @air33-ias53@air33-ias5315 күн бұрын
    • আমাৰ দেশত মানুহ বহুত হ'ল, কমাবৰ প্রয়োজন হৈছে যে😂

      @rajeshhazarika1663@rajeshhazarika166315 күн бұрын
  • বিজেপিয়ে এই কোম্পানীটোৰ পৰাও চান্দা লৈছিল বোলে ভেকচিন দিয়াৰ নামত তেন্তে চাই লওক

    @janardanbora2803@janardanbora280315 күн бұрын
  • জহনীযোৱা ভেকচিন কোম্পানী...!

    @rituparnabhardwaj760@rituparnabhardwaj76015 күн бұрын
    • 😂😂 হয় দেই

      @Janmoni756@Janmoni75612 күн бұрын
  • এটা ঢৌ গ'ল কভি'ড ভেকচিন নললে চ'ব মানুহ মৰিব আৰু এতিয়া লোৱাৰ কাৰণে মৰিব।হায়ৰে চৰকাৰ🙏🙏🙏🙏🙏

    @Dipsunita-hm8yv@Dipsunita-hm8yv13 күн бұрын
    • 😂😂😂

      @Zigzag706@Zigzag70612 күн бұрын
  • তহতে বেছি আটাহ পাৰিছিলি ৰহ।

    @azharuddinahmed8571@azharuddinahmed857114 күн бұрын
  • এতিয়া ফালটু বাতৰি কমপানীয়ে দি মানুহক মাৰিৱ বিচাৰিছে

    @rinkushivam8759@rinkushivam875915 күн бұрын
  • সত্যকাম ফুকনে সত্যকথাই কৈছিল।

    @keshobgogoi5584@keshobgogoi558414 күн бұрын
  • পৃথিৱীত ওপজিলে এদিন মৰিব লাগিব। পিছে অলপ দিন ভালে থাকিলে ভাল আছিল। এতিয়া এই বোৰ কথা জানিব পাৰি মনটো বেয়া লাগিছে। এই বিষয়ে ভাল এটা তদন্ত কৰিব লাগে আৰু সত্যতা প্ৰমাণ হ'লে তাৰ ক্ষতিপূৰণ দিয়া অৰ্ডাৰ কৰিব লাগে।

    @basisthaacharya6590@basisthaacharya659015 күн бұрын
    • B J P sorkaror birudhe tadanta ne, sikoli logai susurai jail t vorai thobo , sabadhan comment korute

      @karabiduttabora4662@karabiduttabora466214 күн бұрын
  • Akou ebar Modi sorkar 😂😂😂😂 .kene moja

    @bobi1345@bobi134515 күн бұрын
  • ইয়াৰ বাবে দায়ী কোন,চৰকাৰ। নললে খেদি ফোৰে। এতিয়া কি কৰিব,

    @prasantarajbongshi7584@prasantarajbongshi758414 күн бұрын
  • হৰি নাম লোৱা সকলোৱে 🙏 আৰু উপাই নাই

    @rajdeeponowal1989@rajdeeponowal198913 күн бұрын
  • 2021 তে আমেৰিকা আৰু ইউৰোপীয় দেশত এই vaccine বন্ধ কৰিছিল৷ কিন্ত চান্দা লৈ মোদি কোম্পানীয়ে আমাৰ দেশত জনতাক ধৰি ধৰি দি থাকিল

    @Bg22224@Bg2222414 күн бұрын
    • Xosa kotha koise

      @AvoyMedhi@AvoyMedhi12 күн бұрын
  • সঁচাকৈ বহুত ভয় লাগে ভাবিলে মোৰ লগৰ কেইবাগৰাকীও বেমাৰি হ'ল অনবৰতে কিবা নহয় কিবা এটা হৈ থাকে মই কিন্তু এটাও নললো ঘৰত দিবলৈ তিনিদিন আহিছিল আছাকমি আৰু নাচ পুলিচ প্ৰথম দিনা আহোতে জৰ হৈ আছিল বাবে নিদিলে তাৰ পাছত আহোতে মিছাকৈ কৰো ভাল হোৱা নাই বুলি নেচবাৰ আহোতে কলো মানুহ জনক মেডিকেল নিবলৈ ওলাছো।

    @prarinitasaikia4380@prarinitasaikia438014 күн бұрын
  • সেই সময়ত ভেক্সিন লোৱাতো বাধ্যতামুলক কৰি দিছিল নহয় । এতিয়া উপায় নাই আৰু ……আকৌ এবাৰ ……………

    @palpaldilkepas3566@palpaldilkepas356615 күн бұрын
  • Kono tenson nai tengajatiyo fol adi khale niramoy hobo

    @user-zw9wh9ez8p@user-zw9wh9ez8p15 күн бұрын
  • As per experts, the symptoms may occur within 6 weeks from taking the first dose of the vaccine, that too in very rare cases. There is no need to worry, if you have taken the vaccine two years ago, they say

    @doley-gr9kg@doley-gr9kg14 күн бұрын
    • Correct

      @Simplejoys3625@Simplejoys362514 күн бұрын
  • 2bosor pisot moribo buli kuwa kotha tu hosa Mane ......

    @user-fc4gi7op8m@user-fc4gi7op8m15 күн бұрын
  • একো নহয় । ইতিমধ্যে vaccine লোৱা দুবছৰ পাৰ হৈ গ'ল। Vaccine টোৰ side effects বোৰ এতিয়ালৈকে শৰীৰে হয়তো নিৰাময় কৰি পেলাইছে। মানৱ শৰীৰটোও এটা সাধাৰণ যন্ত্ৰ নহয় দিয়ক ।

    @tulonmohan9583@tulonmohan958312 күн бұрын
  • Tohote tu vaccine vaccine tetufaali shiori aasili... Atiya .

    @ProtimBhai@ProtimBhai14 күн бұрын
  • এতিয়া এইবোৰ বাতৰি দি গায় ফুৰিলে কাৰ কি কামত আহিব , আৰু সাৱধান বাণী শুনাইছে কেলেই হৈ যোৱাৰ পিচত সাধাৰণ ৰাইজ ক'ত কেনেকৈ কি সাৱধান হ'বলৈ আছে ইয়াৰ যদি হে কিবা বিকল্প ব্যৱস্থা আছে তেন্তে চৰকাৰেই বিহিত ব্যবস্থা লোৱাটো সমীচিন হ'ব বুলি ভাবোঁ।

    @rameshbaglari8876@rameshbaglari887615 күн бұрын
    • আকৌ এবাৰ মোডীয়ে থিল বাতি বজাবলৈহে ৰাইজক উপদেশ দিব চাগে

      @dhantimedhi2021@dhantimedhi202115 күн бұрын
  • My elder brother always caugh after the covid vaccine, And I always noticed that why our member of family always knee, shoulder pain, breath problem, and I never seen before.

    @gerinboro6927@gerinboro692714 күн бұрын
  • ডা.সত}কাম ফুকন অসমৰ থিকেই কৈছিল..নৰাখাদক চৰকাৰ

    @pranamibarkataky3850@pranamibarkataky385013 күн бұрын
  • Nojona manuhk marib lo ise nii

    @bhogulmedak4321@bhogulmedak432115 күн бұрын
  • যিমান ভাচিন লৈ মৰানাই, সিমান 🗞️ news 📰 বিলাক মানুহ মাৰে,কুকুৰ

    @samugorh1568@samugorh156812 күн бұрын
  • নলওঁ বুলি কোৱাসকলৰো সেই সময়ত ভয়ংকৰ বিপদ হৈছিল ৷ অত্যা

    @sarojinichaudhury179@sarojinichaudhury17913 күн бұрын
  • I'm a covishield vaccinated person.. suffering from irregular blood pressure.. govt should take initiative to provide protection to us

    @SAVESMALLGAINBIG-zd2vz@SAVESMALLGAINBIG-zd2vz13 күн бұрын
  • jodi beyai asil tante jur kori kori lobo diya kaitak, anekuwa saritamn beji khusi dibo lage...

    @jumoniborah7841@jumoniborah784113 күн бұрын
  • আমাৰ কবিতা বেছি দিযে বেমাৰ হৈ আছে

    @tekrabha6056@tekrabha605615 күн бұрын
  • Covid ৰ বেজী লোৱাটো কিয় বাধ্যতামূলক কৰিব লাগে ৷ Covid নহলেও Covid ৰ বেজী লব লাগে নহলে ক লৈকো যাব নোৱাৰি কতো entry নাপায় ৷ মাৰিব খুজিছে সকলোকে ৷

    @himangshudutta2547@himangshudutta254714 күн бұрын
  • এই চৰকাৰ খনে আমাক মাৰিব খুজিছে

    @pranjaldutta3833@pranjaldutta383310 күн бұрын
  • মজা হৈছে দিয়া 😂। অন্ধ ভক্ত সকলক বৰ। বেয়া কৈ ঠগিলে কিন্ত 😂😂

    @mujiburhussain3294@mujiburhussain329413 күн бұрын
  • তঁহতৰ দৰে মেডিয়াৰ কাৰণে covid ৰ উৎপাত আৰম্ভ হৈছিল

    @azibarrahman1384@azibarrahman138412 күн бұрын
  • এই বাৰ কিবা বেজী দিব আহিলে..দা ..দি কাতিম নতি পোৱালি হতক.. মই বেজী লোৱাৰ পাছৰে পৰা .. এনেকুৱা এটা ..খ.. খজুৱতি ওলাল আজি 2 বছৰে একো মেডিচিনে কাম দিয়া নাই .. এনেকুৱা জহৰা হতে কাম কৰিছে ..

    @jantihira9356@jantihira935613 күн бұрын
  • Tohote besi siyori siyori manuhok bhoi khuai aso kyo? Companye rarely buli koisil. Meaning ki? Rarely any side effects every alopathic medicinot thakei.

    @Dammcare001@Dammcare00112 күн бұрын
  • একো অতঙ্ক হোৱা নাই। মেফিয়াই হচ্ছে বেছি আতংকৰ shristi korise...plz atonkor christi nokoribo

    @gautambaruah9882@gautambaruah988214 күн бұрын
  • ভালেই হৈছে আৰু জীৱনৰ প্ৰতি মোহ নাইকীয়া হ'ল ৰাতিপুৱাৰ পৰা ৰাতি লৈকে সংগ্ৰাম কৰি ভাগৰি পৰিছো।নিয়ে যদি ভালদৰে নিয়ক, কৃষ্ণ যমৰ যান্ত্ৰনা দি নিনিয়া যেন কৃষ্ণ 🙏

    @rupalichetiahandique4442@rupalichetiahandique444212 күн бұрын
  • ভেকচিন লোৱাৰ পিছত এতিয়া আৰু কেনেকৈ সাবধান হম, যি হব লগা আছে হব দিয়ক সকলো মোদী আৰু ভগৱানৰ ওপৰতে এৰি দিছো।

    @apurbakalita7388@apurbakalita738814 күн бұрын
  • After taking covid vaccine I feel heart related issues like heart palpitations, breathlessness etc..😢

    @jeshminakhatoon173@jeshminakhatoon17314 күн бұрын
    • Mein bhi all time chest heaviness rehta hei

      @dimpulbaruah5979@dimpulbaruah597913 күн бұрын
  • Keelaass elation agot metric result diya aru hs result ketiya di vi mama?!!

    @dhrubaborah3741@dhrubaborah37419 күн бұрын
  • মৰিলে সকলো একেলগে মৰিলে ভাল হ'ব এই খন ধুনীয়াত জীয়াই থাকিব মন নাই আৰু 😅😅

    @basantatahu2185@basantatahu218513 күн бұрын
  • Vote bjp a dim.sidha khota

    @RajuAhmed-yl4xn@RajuAhmed-yl4xn14 күн бұрын
  • সকলোৰে মুখত শুনিবলৈ পাওঁ যে কভিড ভেকচিন লোৱাৰ পাছৰ পৰাই মানুহৰ ভিন্ন বেমাৰে লগ নেৰা হৈছে

    @JornaSaikia@JornaSaikia11 күн бұрын
  • Biya a pta nai moi ki krim jdi mro 😢

    @Ar-um3dt@Ar-um3dt15 күн бұрын
    • বিয়া খন পাতি হে মৰিবলৈ মন নি?

      @air33-ias53@air33-ias5315 күн бұрын
    • @@air33-ias53 hy Bhai mribo mn nai ki krim mribo lgbo a Bhai 😂 compulsory ai2

      @Ar-um3dt@Ar-um3dt15 күн бұрын
    • @@Ar-um3dt সেইটোৱেই টো দিগদাৰ হৈ গল।

      @air33-ias53@air33-ias5315 күн бұрын
    • Pack Mari Hui thakiba 😢

      @vaskargohain9231@vaskargohain923114 күн бұрын
    • @@vaskargohain9231 😂

      @Ar-um3dt@Ar-um3dt14 күн бұрын
  • মোদী আহিলে এই ভেকচিন আৰু কৰুণা আনিবো সবধান।

    @anjubegum6320@anjubegum632013 күн бұрын
  • Mor hoi ase.

    @junmonidutta8754@junmonidutta875415 күн бұрын
  • Moi lua nai aru maiki ku lobo nidilu. Jun maikelal ahok nolou. Vobissoteu nolou

    @pujapanservice3710@pujapanservice371014 күн бұрын
  • এতিয়া চিঞৰিলে কি লাভ মানুহক পুংঙ্গ বনাই ?

    @mainulhoque8077@mainulhoque807714 күн бұрын
  • Kono chinta nai, 1 lakh t 1 jon r blood clotting hobo pare just probability hey.. Side effects hokolo medicine t thake Chinta korile anxiety hobo pare so chinta nokoriba

    @akashchhetry3399@akashchhetry339912 күн бұрын
  • প্ৰতি বছৰে গুটখা খাই ১০ লাখ মানুহৰ ভিতৰত ১৭০০ মানুহ বেমাৰত পৰে....ইয়াত কৈছে যে ১০ লাখ ত ১০ জন মানুহৰ এনে ধৰণৰ ৰোগ হব পাৰে...হবৈ যে হেতু ও fix নহয় ...গতিকে অলপ ভাবি চাব, মানুহক ইমান ভয় নুখুৱাব....যিকোনো vaccine t ইমান কণ সম্ভাৱনা থাকেই ।

    @Rbora1803@Rbora180311 күн бұрын
  • Atya maa aita hetor bmr besi huwa hoise kla aibur beji loi Maa hetor atya hat bhori bikhar boyokh a nohoi atya aibur bmr r pora okhanti pai ase xtt

    @hiramonikhaun7707@hiramonikhaun770715 күн бұрын
    • Same bro 😢😢

      @nikhilgupta27626@nikhilgupta2762614 күн бұрын
  • এই বোৰ যদি সত্য হয় তেন্তে ন্যায় কোনে দিব ?

    @Tokdir555@Tokdir55513 күн бұрын
  • Ehotor uprot case dibo lage

    @diptidas3@diptidas310 күн бұрын
  • Mojaa mor etya sobe😊😊

    @cdjg6770@cdjg677014 күн бұрын
  • Val khobor kio Baya khobor hobo। Baji dibor কাৰণে কিমান যে ঐত্যাচৰ নকৰিলে পহৰা নাই।

    @TaponHazarika-cy1cl@TaponHazarika-cy1cl14 күн бұрын
  • Covid নললে নোহোৱাৰ বেজী লোৱা কাৰ্ডখন ইমানেই প্ৰয়োজন মানুহক পাগল কৰিলে. এতিয়া কিয়?

    @DevapriyaNabavlog@DevapriyaNabavlog12 күн бұрын
  • Sorkar dise vaccine sorkare marise manhuok

    @bhaityherenj3719@bhaityherenj371911 күн бұрын
  • Nijor esha mote jiyai takiboloyu nidiye mamai kela

    @ritupan860k@ritupan860k11 күн бұрын
  • বঢ়িয়া ! ধন্যবাদ covid vaccine আৰু WHO কো ধন্যবাদ !👍👍👍 আৰু मोदीजी को भी धन्यवाद देता हूँ !😂😂😂🙏

    @jogenborah1988@jogenborah198813 күн бұрын
  • Apuni ki loisile mdm

    @sriramjairamjaijairam4870@sriramjairamjaijairam487014 күн бұрын
  • ভালে হল ভেকচিন নলয় ঠিকে কাম কৰিছো😅

    @cha2.0@cha2.014 күн бұрын
    • Moyo nai luwa

      @NarmadaRabha-xw3ms@NarmadaRabha-xw3ms12 күн бұрын
    • @@NarmadaRabha-xw3ms নলৱাই ভাল হল আমাৰ কাৰনে

      @cha2.0@cha2.011 күн бұрын
  • একাঙখ লোকে covit vaccine নল ও বুলি বহুত ওজৰ আপত্তি তৰ্ক বিতৰ্ক কৰিছিল কিনতু তেওঁলোকক পুলিচ প্ৰশাসনে ধৰি বান্ধি তেওঁলোক অতয়চাৰ কৰি দিয়া হৈছিল।যদি হছাকৈ বিপদজনক তেওঁলোক কত।চৰকাৰৰ পুহনিয়া কুকুৰ খিনি এতিয়া নেছ পেলাই হুই আছ।নিজৰ মা দেউতা বাই ভনী ককাই ভাই বিপদত পেলাই ।এতিয়া নেজ পেলাই হুই আছ। মই vaccine লোৱাৰ পৰা বহুতো দুৰ্বল হৈ পৰিলোঁ এতিয়া বেছিকৈ দুৰ্বল হৈ পৰিলোঁ।আগৰ দৰে কসত কৰিব নোৱাৰা হলো।

    @bhanimaborgohain-xy1he@bhanimaborgohain-xy1he7 күн бұрын
  • Mur kintu vaccine luar pisot jor adi nohoa a hol...najanu aitu vl ne beya..

    @dhrubajyotidas8518@dhrubajyotidas85186 күн бұрын
  • Baperor mura tu........Gov te lobo dibo....etiya akou xihote eneke kbo.. Moi BJP hoi u Congress vote di ahisu xeikarone..... BJR iman xaxon nosolibo

    @musicassamreverb9498@musicassamreverb949814 күн бұрын
  • Sorkare jur kori diya korai sile aru kiba kibi uliyai lo

    @niturobidas-mo8vq@niturobidas-mo8vq11 күн бұрын
  • মাৰিবলৈ এ দিছিল কেলা সেই কাৰণে যোৰ কৰি দিছিল,, এতিয়া কৈ থাকি কি হ'ব কেলা মৰিবলৈ হাজো হৈ থাকিব লাগিব,,,,একো বেমাৰ এটা নহৈছিল আগতে কেলা এতিয়া হে বনৰা বোৰে ভেকচিন ফেকচিন দি বেমাৰী কৰিছে আগবাতত মৰিব নজনা বোৰে ,, ৰাইজৰ সাওখোৱা বোৰে,,বনৰা বোৰে🙄🙄🙄

    @borhatorsumpirajkumari841@borhatorsumpirajkumari84110 күн бұрын
  • আপুনি লৈছিল নে বাইদেউ মোৰ টো eplepsiy prblm হল vacince লোৱা পিছৰ পৰাই

    @hemantadas6711@hemantadas671112 күн бұрын
  • Manuhor jibon r lgt khelisilo bhogobane tohotok ketyau eri ndie

    @Dailylife__13@Dailylife__1312 күн бұрын
  • Covid vaccine na lolea, Bankot homabo nadiya ,,,, atiya kot jam ,,,

    @PappuMurmu-kh3mh@PappuMurmu-kh3mh11 күн бұрын
  • মামাৰ আৰু ককাৰ আৰ্শীবাদ ।

    @gaurirabha3236@gaurirabha323611 күн бұрын
  • Aibur dekhuai dekhuai tohoti manuh agei maribi lewra

    @dulenmohan1963@dulenmohan196315 күн бұрын
    • 😂

      @rajeshhazarika1663@rajeshhazarika166315 күн бұрын
    • Hoi, aiake vabe sinte kisuman durbol monor manuhe atmohotyai korebo 😢

      @nikhilgupta27626@nikhilgupta2762614 күн бұрын
  • Moi kinto atao lowa nai

    @akan9061@akan906114 күн бұрын
  • আজি অতদিন ক'ত মৰি আছিল ।

    @gopaldutta4115@gopaldutta411512 күн бұрын
  • এই সপা বকি লাভ নাই , ভেকচিন নিদিলে বলে কুনো কতো জাব নোৱাৰে ভেকচিন লৱা কাগজ খন লগতে ৰাখিব লাগে ধেৰ কিবা কিবি এতিয়া লেওৰা নিউজ দি থাকে

    @joshnaray3117@joshnaray311712 күн бұрын
  • ১৫০০ টকীয়া অন্ধ ভক্ত শেষ

    @salimhussain4907@salimhussain490712 күн бұрын
  • Atiya aru gutey prthibi mahnu morib sob hek

    @MainaEkka-zz3rk@MainaEkka-zz3rk12 күн бұрын
  • Mojja aru veccin maribo lage covid 4 hulabo

    @manayboy9326@manayboy93269 күн бұрын
  • Modi ji ee kiba answer dile val asel .. covid certificate t apuni photo logaisel , atiya public k yaar answer diyok

    @Manash70707@Manash7070714 күн бұрын
  • PM ক চলাই থকা মাথা কেইটাৰ ওপৰত ৰাজহুৱা তদন্ত চলোৱাৰ সময় হয়তো ইতিমধ্যেই পাৰ হৈ গৈছে এই তথাকথিত গনতান্ত্ৰিক ভাৰতত

    @user-cd8np2kv7v@user-cd8np2kv7v9 күн бұрын
  • এই ভেকচিন লোৱাৰ পৰা দুই তিনিদিন পাছৰ পৰাই মোৰ মানুহজনীৰ গোটেই গাটো ফুট-ফুটীয়া ৰঙা হৈ গৈছিল আৰু খুউব খজুৱাইছিল ৷পিছত চিকিৎসা কৰি ভাল হ’ল৷কিন্ত স্বাস্থ্য আগৰ নিচিনা নহয়৷প্ৰায়ে কঁকাল বিষ,মূৰ ঘূৰনি আৰু অলস ভাৱ হৈ থাকে৷মোৰো খুউব কঁকাল বিষ আৰু বৰ অলস ভাৱ আৰু দুৰ্বল অনুভৱ আৰু খুউব ভাগৰুৱা অনুভৱ কৰি থাকো৷

    @TilakKtDoley-gd1dt@TilakKtDoley-gd1dt13 күн бұрын
  • 😢covid 19 oha pasor pora sob ses hoi gol

    @manishneog9595@manishneog959512 күн бұрын
  • Ai vaccine r flt a amr mjr pra bht lok r abxor gtise jne

    @tukultutu9344@tukultutu93449 күн бұрын
  • Aketa news di manuhpk bhoi lhuwai nathakibo

    @maryborah584@maryborah58414 күн бұрын
  • Akow ebar kowk..... Modi sorkar...

    @washimakhtar9482@washimakhtar948211 күн бұрын
  • মানুহে এতিয় বেমাৰৰ লগত যুদ্ধ কৰি মৰিব লাগিব

    @sanjibygoodgoswami9490@sanjibygoodgoswami94909 күн бұрын
  • Bjpr 50 % leaderk fasi diok

    @aaronbaro9233@aaronbaro923315 күн бұрын
  • Sorkare jobordosti kri beji disil,.....

    @ytdesert3581@ytdesert358114 күн бұрын
  • Nalak logi ara nasli kela

    @assamtitaniam8640@assamtitaniam864014 күн бұрын
  • আপুনি লোৱা নাছিল নি ?

    @surojitsvlogs6862@surojitsvlogs68627 күн бұрын
  • 🎉

    @rahulzaman4354@rahulzaman435411 күн бұрын
  • Moi nololu nohoi🥲

    @sribokulsonowal6197@sribokulsonowal619714 күн бұрын
KZhead