LIVE : দুহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে মহিলাসকলৰ বাবে N18L
LIVE : দুহেজাৰ কোটি টকা ধাৰ্য কৰা হৈছে মহিলাসকলৰ বাবে N18L
#live #news18assamoriginals
#news18assamne #news18assamnortheast #assamnews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5ymz4jk
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5ymz4jk
অপেক্ষা মাথো সময়লৈ 🥺😇
Ami ajiloike aku hubidhai nai puwa..apunaluke kiba ata kori diok sun sir🙏
অসমৰ সকলো মহিলাই নাপায়
দিলে সকলোকে দিব লাগে নিদিলে নালাগে কিহৰ নাটক এইবোৰ মই তিনিবাৰ ফ্ৰম ফিলাপ কৰিলোঁ , এবাৰো নাপালোঁ অৰুনোদইৰ,এইবোৰ আঁচনি দৰিদ্ৰ বাবে নহই, ধ নী মানুহৰ বাবে হয়,
আমি নাইপোৱা অৰুণোদয়। আমি আশা কৰি লাভ নাই।
Delhit সকলো মহিলাক দিযে ,আমাৰ ইযাত বাচি বাচি দিযে,সকলো মহিলাকে দিব লাগে কাৰণ ভোট সকলোবে দিযে
Alluguti dibo.Election Mathematics.
আমাৰঅসমত ৰেচন কার্ড ধনী মানুহৰ ঘৰতে আছে। দুখীয়া বিলাকে কিনি খায় ৷ মই এগৰাকী বিধবা তিৰোতা ৷ মোৰ ঘৰতো পকা ৷ মই আজিলৈকে একো সুবিধা পোৱা নাই ৷ মই বিচাৰি গলেকয় আপোনী নাপায় ৷ কাৰণ মোৰ ঘৰতো পকা ৷
Right
Amar asamat kiya iman bijuli Bill diba lage
Bohut. Bhal. Khobor Dila
(আমি আজি লৈ এ কো এটা পোৱা নাই চৰকাৰৰ বস্তু
Hoi😢😢
ৰেচন কাৰ্ড থাকিও মোই পোৱা নাই অসম বজালী কুৰোৱাহা। বহুত চেষ্টা কৰিও পোৱা MLA ফণী তালুকদাৰ ঘৰতো গলো বহুদুৰ যাব লাগে।
1250 ka aur India Soni
সচাই দিবনে জয়ন্ত
১২৫০ টকা দিয়ে অৰুণোদয়।
ধুনিয়া
Amar gaiot carva karebal oahar larabura gutai gaiot manihuk anudai kaite Thai. Gal aime kat kat laligulu aigelaka napilu
অবিবাহিতা মহিলাক প্ৰথম সুবিধা দিয়াৰ কথা আছিল যদিও নাপালো । আকৌ যদি এই সুবিধা দিয়ে তেতিয়া হলে আশাৰে ৰলো...
Amiu puwa nai kocolu Misa
Delhi t je eaiman hubidha diye... Amar akhomat dukhiya manuh hakalu bure napai kiyo. Boga- kola Basi basi wardmambare diye jen tenulukar jepor ba voralorhe dibo lagibo buli gongatup hoi aohongkar kori thake. Sir🙏🏻eainekuwa manuhak atorai apunaluke oiniyo pokare asonirbur oupjukta manuhak diyar bibostha korak. Nohale durniti nuguse🙏🏻🙏🏻🙏🏻eai kotha khini kuwar babe amak khiyoma kore jen. 🙏🏻🥰
Bhal Bhal news🙏🙏🙏🙏🙏🙏
আমাৰ তাত ধনী পৰিয়ালৰক হে দিয়া হয় কাৰণ দুখীয়া বোৰ কথা কাণত নালাগে
দিল্লীৰ খবৰ আমাক নালাগে অসমৰ খবৰ লাগে আমাক আৰু
Aohomot hokoluwe napai aorunudoi
আমি নাইপোৱা অৰুণোদয় মিতি খেতি নাই আমি পাব লাগে ❤❤❤❤❤
Asaame
Thike ase aami bohi kham
আমি কিয় পোৱা নাই কাম বনো কৰিব নোৱাৰো গাভৰু মহিলাই পাই আছে ।আমাকো দিয়া বিবচথা কৰকচোন ।
অসমতো দিৱ লাগে
Thikai koisay
Mur ghor sapekhati Rohan timon bortani nam pinki gogoi tamuli moi sorkari aku asoni puwa nai ajiloike sir please apuni Kori diba sun mur ghor t sakori nai kheti Kori kunumote porialti puhi ase akha koru apuni help korib
1250অস ম ত স কলো পাই আছই
আপুনালোকে কোৱা সুনিলে বৰ ভাল লাগে কিন্তু মই আজিলৈকে পোৱা নাই
Nice ❤🎀
চৰকাৰে চব দিয়ে টুপ ধৰি নপৰে মোৰ আজি ৰ জি ভেন। অফিচৰ পৰা ফোন আহিছে নতিজ অহা বুলি ১৯ চনৰ লোন চৰকাৰে দিম বুলি টুপ দি আছে আজি লৈকে দিয়া নাই চৰকাৰৰ আচনিও একো পোৱা নাই আমি ভোট নিদু নেকি
Hokolu Elecsonor cunekson
mor wyaf ki yo napay
Valei.lagile.jetia.taka.pam.tetiahe.aru.val.lagibo.🌹🌹💐🌹🌹🌹
1250 toka
0ab lagai powa nai
Arunodoi atia na paw
1250 taka
Nibason top.bolimone.koi
Arunudoi p.m.1250
Hoi 12.50 a pau
Ai bor akebare Misha Katha.
Moi.atileke.arunudoi.nai.puwa.buhut.dukia.moi.rukar.garat.hajira.kori.kaw
মটাবোৰৰ চকু নপৰেনি চৰকাৰৰ
agiloke orunudoi nai puya .
Arunoday=1250
১২৫০টকা
Muk. Dik moi kapu selau dukan asa
Gorat. Toka bwra bohi bohi poysa. Pay. School lot vatbonua randoni. Bura. Payki
Asoni di manuh bur Bain bur dal krise
চৰকাৰে চব দিয়ে টুপ ধৰি নপৰে মোৰ আজি ৰ জি ভেন। অফিচৰ পৰা ফোন আহিছে নতিজ অহা বুলি ১৯ চনৰ লোন চৰকাৰে দিম বুলি টুপ দি আছে আজি লৈকে দিয়া নাই চৰকাৰৰ আচনিও একো পোৱা নাই আমি ভোট নিদু নেকি