জগত বণিয়া বাপ || ভাগৱত পাঠ আৰু বাখ্যা || Bhagawat Path Bakhya || Jagat Bania || Anupom Bitupon

2023 ж. 1 Шіл.
958 099 Рет қаралды

ভাগৱত পাঠ আৰু বাখ্যা
শ্ৰীযুত জগত বণিয়া বাপ
স্থান- যোৰহাট জিলা , নাওহলিয়া গাওঁ
যোগাযোগৰ নম্বৰ-৯৬৭৮৪৭৭৯০০
Anupom Bitupon
Jagat Bania
Anupam Bitupon
Bhagawat Path
Bhagawat Bakhya
#anupombitupon #anupambitupon #bhagawat_path #bhagawat_katha #bhagawatkatha #Bhagawat_path_bakhya
#jagat_bania
Bhagawat Path Bakhya || Anupom Bitupon

Пікірлер
  • কৃষ্ণ কৃষ্ণ সুন্দৰ

    @Anamikaborah448@Anamikaborah4488 ай бұрын
  • কূতি কূতি প্ৰাথনা জনালোঁ প্ৰভূ

    @dipabhuyan3684@dipabhuyan36846 ай бұрын
  • বাপজনাৰ ভাগৱত বাণি শুনি বহুত বহুত ভাল লাগিছে

    @nijarabharali1285@nijarabharali12858 ай бұрын
  • Xuni bor vll lagel bap janai bor dhuniya bojai deserve🙏🙏🙏

    @jintuvolgs7327@jintuvolgs73276 ай бұрын
  • কৃষ্ণ কৃষ্ণ হৰি হৰি

    @binukakoty5048@binukakoty50484 ай бұрын
  • কৃষ্ণ কৃষ্ণ ৰাম ৰাম হৰে‌ হৰে

    @kantheswarnath6996@kantheswarnath69965 ай бұрын
  • Nomo ram nomo krishana nomo Hari nomo ananta nomo gobinda ❤❤❤❤❤

    @kushalnath-jw8uw@kushalnath-jw8uw7 ай бұрын
  • কৃষ্ণ প্ৰভূ কৃপা কৰা।

    @saikiaatul560@saikiaatul5602 ай бұрын
  • কৃষ্ণ প্ৰভু 🙏🙏🙏

    @parthasaikia632@parthasaikia6323 ай бұрын
  • বৰ দেওতা মই সৰণ লব লাগিব কেনেকেৱৈ কিৰিবলাগিব কৃষ্ণ কৃষ্ণ প্ৰভু ।

    @ajitmech5043@ajitmech50437 ай бұрын
  • প্ৰভু আপোনাৰ চৰণত,শতকোতি,সেৱা জনাইছোঁ

    @nipulbora1190@nipulbora11906 ай бұрын
  • কৃষ্ণ কৃষ্ণ

    @user-db5mz4pf4y@user-db5mz4pf4y2 ай бұрын
  • অতি আনন্দ অতি সুন্দৰ

    @pranashwardas3574@pranashwardas35747 ай бұрын
  • জয় শ্ৰীকৃষ্ণ।

    @amalkalita5581@amalkalita55816 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ নামেৰে কৃপাৰসাগৰ

    @luhitboruah9638@luhitboruah96387 ай бұрын
  • কৃষ্ণ বহুত ধুনীয়া কৈ স্পষ্টকৈ বুজা ই দিছে 👏👏👏

    @MALATIRAJKHOWA@MALATIRAJKHOWA6 ай бұрын
  • Krishna krishna baniya baap jai jai jai krishna bhagaban tomar sarana coti coti pranam

    @bashantadas1542@bashantadas15428 ай бұрын
  • এইজনা গুৰু লৈ প্রণাম সহজ ভাষাত কথাবোৰ বুজাই আমাক উপকৃত কবিব। ৰামকৃষ্ণ ৷

    @RHaz-vo6hv@RHaz-vo6hv8 ай бұрын
  • বহুতো কথাজানিব পাৰি নিজকে ধন্য মানিছোঁ কৃষ্ণ

    @dipalisonowal2350@dipalisonowal23506 ай бұрын
  • কৃষ্ণ কৃষ্ণ🙏🙏🙏

    @atulchandrabaglari8008@atulchandrabaglari80084 ай бұрын
  • কৃষ্ণ কৃষ্ণ প্ৰভু

    @user-qr8qo9kn3m@user-qr8qo9kn3m7 ай бұрын
  • প্ৰভু হৰে কৃষ্ণ

    @babligogoi3340@babligogoi33409 ай бұрын
  • Krishna bap akunar mhot baniye homajok uddhar kore je krishna Joy guru Sankar 🙏

    @monujdeka2022@monujdeka20229 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ অতি মনোমোহা বাখ্যা ভাগিয়ে কৃতাৰ্থ কৰিলে কৃষ্ণ বাপ ভক্তিৰ সেৱা ভাগি জনালো কৃষ্ণ

    @user-bf3lx6fh1z@user-bf3lx6fh1z5 ай бұрын
  • কৃষ্ণ জয়গুৰু শঙ্কৰ সেৱা,নিবেদিলো,

    @debaphukan489@debaphukan4899 ай бұрын
  • Krishna Krishna Krishna bap parbhu parnam

    @gunodharnath3247@gunodharnath32475 ай бұрын
  • প্রভু তোমাৰ কৃপাতে আমাৰ জীৱন বোৰ চলি আছে 🙏🙏🙏🙏

    @user-xj4uq5ws8z@user-xj4uq5ws8z3 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম

    @binandabora8356@binandabora835610 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ সুন্দৰ বাপ আপোনাৰ ভাগৱতৰ বাখ্যা শুনি বহুতো ভাল লাগিল।

    @pradipgogoi3182@pradipgogoi31828 ай бұрын
  • OM Bhagawate basudevai namo namah

    @nipaphukon4931@nipaphukon49319 ай бұрын
  • Sri Radha Krishna Radh Krishna বানিয়া বাপলৈ কোটি কোটি নমস্কাৰ।

    @nobinchandrakaptak7755@nobinchandrakaptak77559 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ। অনুপম ব্যাখ্যা। সেৱা জনাইছোঁ। কৃষ্ণ।

    @chitrakumarhazarika6622@chitrakumarhazarika662210 ай бұрын
  • বাপ জনালৈ শত কোটি সেৱাহে জনালো কৃষ্ণ কৃষ্ণ ।

    @kusumboruah2407@kusumboruah24078 ай бұрын
  • কৃষ্ণ কৃষ্ণ প্ৰভূ।

    @deeptihazarika9934@deeptihazarika99343 ай бұрын
  • কৃষ্ণ‌ কৃষ্ণ বহুত ভাল লাগিল শুনি ❤❤🙏🙏🙏 সেৱা গ্ৰহণ কৰে যেন

    @Pd-nt7dw@Pd-nt7dwАй бұрын
  • Krishna aapka video bahut Sundar Laga thanks 🙏🙏🙏🙏🎉🎉🎉❤❤❤❤

    @promodborah3768@promodborah37685 ай бұрын
  • আপোনাৰ ভাগৱত শ্ৰৱণ ণে আমইবশউত বুজি পায় অতি আনন্দ পালোঁ আপোনাৰ অধিক গুৰুত্ব প্ৰদান কৰিলোঁ

    @promodborah3768@promodborah37685 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

    @nivaborah8126@nivaborah81267 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগবত ব্যাখ্যাই সংসাৰ পৰিচালনাত ভাল নীতি নিয়ম প্ৰদান কৰিছে।🙏🙏🙏

    @rameshbonia@rameshbonia8 ай бұрын
  • কৃষ্ণ কৃষ্ণ প্ৰভু 🙏 ...আপোনাৰ ভাগৱত ব্যাখ্যা শুনি সঁচাকৈয়ে অভিভূত হ'লো...নজনা কথাবোৰ জানিবলৈ আৰু নজনা নীতি-নিয়মবোৰ শিকিবলৈ সদায়ে ইচ্ছা কৰো । প্ৰভু ঈশ্বৰ নেদেখা জনক এশ শতাংশই বিশ্বাস কৰো । নজনা খিনিৰ সদায় ক্ষমা বিচাৰোঁ। আপোনাক অশেষ শ্ৰদ্ধা নিবেদিলোঁ 🙏🙏🙏

    @nirupamasaloi4578@nirupamasaloi45789 ай бұрын
    • 😂

      @bhagyashreeduarah9272@bhagyashreeduarah92729 ай бұрын
  • কৃষ্ণ কৃষ্ণ হেভগবান আপোনাক কুতি কুতি বাৰ নমস্কাৰ জনাইছো ঈছৰৰ ওচৰত প্ৰাথনা কৰিছো

    @dipakborah9311@dipakborah93118 ай бұрын
  • Jogòt bonia bapor bhagotr baykha. Hunny eman bhal lagil god bĺess you .

    @user-hg1dp8uj1y@user-hg1dp8uj1y5 ай бұрын
  • কৃষ্ণ কৃষ্ণ মন প্ৰাণ শান্ত হৈ যায়❤️

    @sarumaibora9687@sarumaibora968727 күн бұрын
  • বাপজনাৰ ভাগৱতৰ অমৃত বাণী শুনি থাকিলে সকলো পাহৰি যাও

    @user-iw5dt2pu8x@user-iw5dt2pu8x8 ай бұрын
  • কৃষ্ণ প্ৰভু সকলোৰে মংগল কৰা 🙏🙏🙏

    @sewalibormudoi4731@sewalibormudoi47317 ай бұрын
  • কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম হৰি 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏

    @krishnakalita373@krishnakalita3739 ай бұрын
  • সুন্দৰ বাখ্যা শুনি খুব ভাল লাগিল ।শুনি থাকিবৰ মন যায় । আপোনাক শতবাৰ নমস্কাৰ । কৃষ্ণ কৃষ্ণ 🙏🙏

    @khyatimaldeka2644@khyatimaldeka26443 ай бұрын
  • ওঁম নমো ভগৱতে বাসুদেবায়ঃ সাৱলীল ব্যাখ্যায়ে আমাক অতিকে আপ্লুট কৰিলে । আপোনাৰ চৰণত আমাৰ সহশ্ৰ প্ৰণাম ।কৃষ্ণ কৃষ্ণ কৃষ্ণ-----

    @norensaikia9999@norensaikia99996 ай бұрын
  • কৃষ্ণ কৃষ্ণ বহুত ভাল লাগিল। বাপক সেৱা জনালো।

    @dipkamaldeka9696@dipkamaldeka96966 ай бұрын
  • অনন্ত প্ৰভূ তোমাৰ মহিমা । বহু অভিজ্ঞতা আপোনাৰ প্ৰভূ । কৃষ্ণ ৰাম ।।

    @santanukaushikborah5142@santanukaushikborah51425 ай бұрын
  • গা মন জুৰ পৰি যায় ভাগৱত পাঠ খুনিলে...Jay shree krishna 🙏❤

    @susmitatalukdar5111@susmitatalukdar51118 ай бұрын
  • আকৌ এবাৰ সেৱা জনাইছোঁ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।

    @user-es1ix1oq7f@user-es1ix1oq7f7 ай бұрын
  • পুৱাই সুন্দৰ ভাগঔত ব্যাখ্যাই মন পৱিত্ৰ কৰি গল । কৃষ্ণ, কৃষ্ণ ।

    @kartick1957@kartick19579 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ প্ৰভু‌ ইশ্বৰ 🙏🙏🙏🙏

    @sasadharrajbangshi4147@sasadharrajbangshi41475 ай бұрын
  • কৃষ্ণ প্ৰনাম হে সন্ত মহান মণিষা। আপোনাৰ বিচক্ষণ বাখ্যা ই আমাৰ মনৰ মিল দুৰ কৰিলে। আপুনি পৰাকৈ দিগদশক। ধন্যবাদ।

    @dhanadabaruah9397@dhanadabaruah93979 ай бұрын
  • ৰাম কৃষ্ণ প্ৰভূ দয়াময়।🙏🙏🙏

    @bijaykaman2138@bijaykaman21387 ай бұрын
  • 🌹🙏 শ্ৰী সাই বাবাই স্বয়ং শ্ৰী গনেশ স্বয়ং সাই বাবাই দৈবকী নন্দন

    @sumeruborpujari2348@sumeruborpujari23489 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ আপোনাৰ ভাগৱত শ্ৰৱণ কৰি পৰম কৃতাৰ্থ হলো।

    @minabora3386@minabora338610 ай бұрын
    • Amuk to u look good😊

      @HiraChetia@HiraChetia9 ай бұрын
  • Krishna Krishna bapjana apunar sharanat hewa aag brahaisu prathamete apunar enehen bhagwatar hundar Byakhai jagatar natun prajanam AK mrityorpara jibanaloi bat dekhuai diak jen eai bhagawanar ushuarat prathana

    @puspalataborah8895@puspalataborah8895Ай бұрын
  • বাপ আপোনাৰ ভাঙনি শুনি সচাকৈ বহুত ভাল লাগিল

    @DipikaDas-rn1vo@DipikaDas-rn1vo8 ай бұрын
  • শুদ্ধ ব্যাখ্যাৰে মানৱ জাতিক শুদ্ধ ধৰ্মীয় পন্থ চিনাক্ত কৰৱক ।কৃষ্ণ বাপ। ।

    @kamalbora4500@kamalbora450010 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপজন সেৱা গ্ৰহন কৰে যেন

    @Rupa-cv2eu@Rupa-cv2eu10 ай бұрын
  • He bhagaban xokoluke kuxole rakhiba 🙏 Krishna Krishna Krishna 🙏

    @bhugewsarnath3295@bhugewsarnath32952 ай бұрын
  • 🙏 কৃষ্ণ ৰাম কৃষ্ণ ৰাম কৃষ্ণ ৰাম 🙏

    @mrinalmedhi8346@mrinalmedhi83469 ай бұрын
  • Ram Krishna

    @pradipsarma6762@pradipsarma676210 ай бұрын
  • প্ৰণাম , আপোনাৰ সুন্দৰ আধ্যাত্মিক তত্ব ব্যাখ্যাই বৰ্তমানৰ বিপথগামী নৱপ্ৰজন্মৰ বহুপৰিমাণে উপকাৰ সাধিব ,

    @nityagogoi478@nityagogoi47810 ай бұрын
  • আপোনাক যদি মই ওচৰত পালোঁ হেঁতেন সদায় এই অমৃত পান কৰিব পালোঁ হেঁতেন

    @geetanjalikakati5084@geetanjalikakati50849 ай бұрын
  • কৃষ্ণ, জয় গুৰু শংকৰ

    @ghanak.hazarika7203@ghanak.hazarika72039 ай бұрын
  • Bagut bhal lagil krisna

    @alokkumarbaruah8194@alokkumarbaruah81942 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

    @user-es1ix1oq7f@user-es1ix1oq7f7 ай бұрын
    • কৃষ্ণ কৃষ্ণ 🙏🏼🙏🏼

      @krishproduction8160@krishproduction81606 ай бұрын
    • কুশল তেঁওৰ হব পাৰে পাথক ৰ কাৰণ ভাৰা লয় মাননি স্বৰূপে

      @padumkakati2938@padumkakati29386 ай бұрын
  • Krishna Krishna Krishna Krishna Krishna Bashudebai Namah ❤

    @tarunmedhi8907@tarunmedhi89074 ай бұрын
  • Krishana Ram.Ram.Ram krishana Krishana Ram Ram.Ram.

    @himanimahanta6700@himanimahanta67002 ай бұрын
  • সৌভাগ্য বশতঃ শুনিবলৈ পায় এই ভাগৱত

    @nirurajkhowakonch4324@nirurajkhowakonch432410 ай бұрын
  • 🙏🙏🙏 খুব ধুনীয়া কথা কৈছে

    @manashporan200@manashporan20010 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ, ভাগৱত পাঠ কৰাৰ আগ মূহুৰ্তত ওম নমঃ ভগবতে বাসু দেৱায় কোৱাত কিবা বাধা আছে নেকি বাপ জানিবৰ কাৰণে ইচছা আছিল কৃপা কৰি জনাব কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏 6:40

    @pranitabaishya6622@pranitabaishya6622Күн бұрын
  • ভাগৱতৰ সুন্দৰ ব্যাখ্যা শুনি বহুত শিকিলোঁ। 🙏🙏 জয় শ্ৰীকৃষ্ণ।

    @labanyabarman3470@labanyabarman34702 ай бұрын
  • প্ৰভু আপোনাৰ চৰণত শতকোতি সেৱা জনাইছোঁ🙏

    @kaushikhandique1117@kaushikhandique111710 ай бұрын
  • 🙏কৃষ্ণ 🙏 🙏জয় গুৰু শংকৰ 🙏

    @Hrishi2231@Hrishi22313 ай бұрын
  • বহুত শুন্দৰ শুনি হিয়া শাত পৰি গল ৷

    @nirmaligayan5364@nirmaligayan53649 ай бұрын
  • কৃষ্ণ বাপ আপোনাৰ অমূল্য অনুবাদ শুনি ধ্যন হলো 🙏

    @parishmitabora3512@parishmitabora3512Ай бұрын
  • বাপ জনৰ ভাগৱতৰ কথা শুনি মোৰ চকূৰ পানি উলাই গল,

    @dilipgogoi-wq1cm@dilipgogoi-wq1cm10 ай бұрын
  • কৃষ্ণ কৃষ্ণ বাপ অতি সাৱলীল বাখ্যা ভাগিয়ে আল্পুত কৰিলে কৃষ্ণ বাপ ভক্তিৰ সেৱা নিবেদিলো কৃষ্ণ

    @user-bf3lx6fh1z@user-bf3lx6fh1z6 ай бұрын
    • 🎉🎉🎉kishna🎉🎉🎉Krishna Nomura vogobonto

      @user-kr4st9ii6j@user-kr4st9ii6j2 ай бұрын
    • 🎉🎉🎉

      @user-kr4st9ii6j@user-kr4st9ii6j2 ай бұрын
  • কৃষ্ণ 🙏🙏

    @niharikanathgolaghat726@niharikanathgolaghat7267 ай бұрын
  • Krishna krishna prabhu🙏🙏

    @user-xg4ls5gk3f@user-xg4ls5gk3f5 ай бұрын
  • কৃষ্ণ কৃষ্ণ প্ৰভু আমাক শক্তি দিয়া তোমাক শ্ৰৱণ কীৰ্তন কৰিবলৈ ।

    @chndrabharali9675@chndrabharali967510 ай бұрын
    • Krishma bhagaban

      @user-us3pe7uj9y@user-us3pe7uj9y2 ай бұрын
  • ওমঁ নমো ভগৱতে বাসুদেৱায় ৷ সুন্দৰ ৷ঈ্শ্বৰৰ ওচৰত আপোনাৰ সু স্বাস্থ্য আৰু দীৰ্ঘাও কামনা কৰিলো ৷

    @mamonikonwar4686@mamonikonwar46869 ай бұрын
  • কৃষ্ণ হেভগবান আপোনাক কুতি কুতি বাৰ নমস্কাৰ জনাইছো ঈছৰৰ ওচৰত ধন্যবাদ

    @dipakborah9311@dipakborah93118 ай бұрын
  • Huni bohut val lagil hosay hunile hunithakibor man jay

    @user-mp2qc2ed6i@user-mp2qc2ed6i5 ай бұрын
  • পৰম শ্ৰদ্ধাৰ বাপজনাৰ শ্ৰীচৰণে প্ৰণিপাত জনালোঁ ।

    @LabanyaGogoi-rj3xi@LabanyaGogoi-rj3xi10 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ

    @user-db5mz4pf4y@user-db5mz4pf4y2 ай бұрын
  • Ram Ram Ram Ram........

    @MukutNeog-bc4wn@MukutNeog-bc4wn10 ай бұрын
  • বহুত ভাল লাগিল।কৃষ্ণ কৃষ্ণ

    @swapnasarma6034@swapnasarma603410 ай бұрын
  • কৃষ্ণ.........কৃষ্ণ । ভাগৱতৰ অমৃত ৰস বহু ভকতৰ মূখত শুনিলো, সকলোৱে শ্ৰদ্ধাৰ পাত্ৰ, সকলোকে কোটি কোটি সশ্ৰদ্ধ প্ৰণাম । কিন্তু হৃদয়ৰ পৰা কৈছো.....আপোনাৰ মূখেৰে ভাগৱতৰ অমৃত ৰস পাণ কৰি এক অদ্ভুত শক্তি লাভ কৰা যেন অনুভৱ হয় । যেন গুৰুজনাৰ মূখেৰেহে শুনি আছো ভাগৱতৰ অমৃত বাণী । আপোনাৰ সান্নিধ্যই বা ভাগৱত অধ্যয়নৰত অৱস্থাত আপোনাক দেখিলে সাক্ষাত ভগৱন্তক দেখা যেন লাগে । আপোনাৰ দীৰ্ঘায়ু কামনা কৰিলো ।

    @Rhiana326@Rhiana32610 ай бұрын
  • Krishna provu doyamoy 🙏🙏🙏🙏

    @akanibora8050@akanibora805010 ай бұрын
  • কৃষ্ণ কৃষ্ণ ৰাম ককা

    @JanJanborah@JanJanborah9 ай бұрын
  • কৃষ্ণ কৃষ্ণ সুন্দৰ ব্যাখ্যা বাপ সেৱা জনাইছে কৃষ্ণ সুন্দৰ লাগিল ভাল লাগিল কৃষ্ণ

    @junumech7558@junumech75588 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনা এইদৰে বহুকাল থাকক।

    @z-e-n-garden7449@z-e-n-garden74493 ай бұрын
  • কৃষ্ণ কৃষ্ণ দেউতা আপোনাৰ ভাগৱত পাঠৰ ভাঙনি শুনি বহু উপকৃত তথা বহু জ্ঞান পাইছো ।কবলৈ আৰু ভাষা নাই।ভগৱানে আপোনাৰ মঙ্গল কৰক। ধন্যবাদ।

    @rirupon9251@rirupon92519 ай бұрын
  • কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ জনাৰ বাখ্যা শুনিবলৈ পায় বহুতো আনন্দিত হৈছো কৃষ্ণ কৃষ্ণ কৃষ্ণ জয় জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বাপ জনাৰ শ্ৰীশৰনত সেৱা নিবেদিছো

    @dipkalita8273@dipkalita82739 ай бұрын
  • Hare Krishna prabhuji 🙏🙏

    @karnabray7990@karnabray799010 ай бұрын
KZhead